ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 নৱেম্বৰ পৃষ্ঠা ৮
  • নৱেম্বৰ ২৯–ডিচেম্বৰ ৫

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • নৱেম্বৰ ২৯–ডিচেম্বৰ ৫
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 নৱেম্বৰ পৃষ্ঠা ৮

নৱেম্বৰ ২৯–ডিচেম্বৰ ৫, ২০২১

বিচাৰকৰ্ত্তাবিলাক ৪-৫

  • গীত ১৩৭ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “দুগৰাকী তিৰোতাৰ যোগেদি যিহোৱাই নিজৰ লোকসকলক ৰক্ষা কৰিলে”: (১০ মি.)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • বিচা ৫:২০—বাৰাকৰ ফলীয়া হৈ আকাশৰ তৰাবোৰে কেনেকৈ যুদ্ধ কৰিলে? (w০৫ ২/১ ১৫ ¶৫)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি.) বিচা ৪:১-১৬ (শিক্ষা অধ্যায় ১০)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত ২০২১ চনৰ প্ৰহৰীদুৰ্গৰ নং ২ দিয়ক। (শিক্ষা অধ্যায় ১)

  • পুনৰ সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত এক অনন্ত জীৱন ব্ৰচাৰখন দিয়ক। (শিক্ষা অধ্যায় ৪)

  • ভাষণ: (৫ মি.) w০৬-HI ৩/১ ২৮-২৯—বিষয়: ‘মণ্ডলীত তিৰোতা মানুহে নিজম দি থাকক’ ইয়াৰ অৰ্থ কি?—১কৰি ১৪:৩৪. (শিক্ষা অধ্যায় ১৪)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৮৪

  • “ভনীসকলে নিজৰ সেৱা আৰু কেনেকৈ বঢ়াব পাৰে?”: (১৫ মি.) আলোচনা। ‘প্ৰভুত বহু পৰিশ্ৰম কৰা তিৰোতাসকল’ নামৰ ভিডিঅʼখন দেখুৱাওক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ৪০

  • সমাপ্তিৰ মন্তব্য (৩ মি.)

  • গীত ৮ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক