ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 নৱেম্বৰ পৃষ্ঠা ১০
  • ডিচেম্বৰ ৬-১২

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ডিচেম্বৰ ৬-১২
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 নৱেম্বৰ পৃষ্ঠা ১০

ডিচেম্বৰ ৬-১২

বিচাৰকৰ্ত্তাবিলাক ৬-৭

  • গীত ৩৮ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “তুমি নিজৰ এই বলেৰে যোৱা”: (১০ মি.)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • বিচা ৬:২৭—গিদিয়োনৰ উদাহৰণে প্ৰচাৰ কামত আমাক কেনেকৈ সহায় কৰিব পাৰে? (w০৫ ২/১ ১৬ ¶৬)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি.) বিচা ৬:১-১৬ (শিক্ষা অধ্যায় ১০)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাতৰ ভিডিঅʼ: (৫ মি.) আলোচনা। প্ৰথম সাক্ষাৎ: সান্ত্বনা—২কৰি ১:৩, ৪ ভিডিঅʼখন দেখুৱাওক। ভিডিঅʼখনত প্ৰশ্নবোৰ সোধাৰ সময়ত ভিডিঅʼখন ৰখাওক আৰু সেই প্ৰশ্নবোৰ শ্ৰোতাসকলক সোধক।

  • প্ৰথম সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত এক অনন্ত জীৱন ব্ৰচাৰখন দিয়ক। (শিক্ষা অধ্যায় ৬)

  • প্ৰথম সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত এক অনন্ত জীৱন ব্ৰচাৰখন দেখুৱাওক আৰু এই ব্ৰচাৰখন কেনেকৈ লাভ কৰিব পাৰি, তাৰ বিষয়ে জনাওক। (শিক্ষা অধ্যায় ১৫)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ১০৪

  • “পবিত্ৰ আত্মাই অসম্ভৱ কামক সম্ভৱ কৰি তুলিলে”: (১৫ মি.) আলোচনা। “নতুন পৃথিৱীৰ প্ৰজাসকলে মনে-প্ৰাণে সেৱা কৰিছে” চিনেমা কেনেকৈ বনোৱা হʼল নামৰ ভিডিঅʼখন দেখুৱাওক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ৪১

  • সমাপ্তিৰ মন্তব্য (৩ মি.)

  • গীত ৪৯ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক