ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb21 নৱেম্বৰ পৃষ্ঠা ১১
  • পবিত্ৰ আত্মই অসম্ভৱ কামক সম্ভৱ কৰি তুলিলে

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • পবিত্ৰ আত্মই অসম্ভৱ কামক সম্ভৱ কৰি তুলিলে
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২১
mwb21 নৱেম্বৰ পৃষ্ঠা ১১

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

পবিত্ৰ আত্মই অসম্ভৱ কামক সম্ভৱ কৰি তুলিলে

“নতুন পৃথিৱীৰ প্ৰজাসকলে মনে-প্ৰাণে সেৱা কৰিছে” নামৰ চিনেমাখনৰ পʼষ্টাৰ।

প্ৰাচীন সময়ৰপৰা এতিয়ালৈকে যিহোৱাৰ লোকসকলে বহুতো ডাঙৰ ডাঙৰ কাম কৰি আহিছে। তেওঁলোকে নিজৰ শক্তিৰে নহয়, যিহোৱাৰ শক্তিৰে এই সকলো কৰিব পাৰিছে। ১৯৫৪ চনত যিহোৱাৰ সংগঠনে এখন চিনেমা বনাইছিল, যাৰ নাম আছিল, নতুন পৃথিৱীৰ প্ৰজাসকলে মনে-প্ৰাণে সেৱা কৰিছে। এই চিনেমাখন বেথেলৰ ভাই-ভনীসকলে বনাইছিল আৰু বেছিভাগ ভাই-ভনীৰ চিনেমা বনোৱাৰ কোনো অভিজ্ঞতা নাছিল। এই কামটো বৰ কঠিন আছিল, কিন্তু যিহোৱাৰ পবিত্ৰ আত্মাৰ সহায়ত সম্ভৱ হৈ পৰিল। ইয়াৰপৰা আমি এটা কথা শিকিব পাৰোঁ যে যদি আমি যিহোৱাৰ ওপৰত ভৰসা কৰোঁ, তেনেহʼলে আমি যিকোনো কাম কৰিব পাৰিম।—জখ ৪:৬.

“নতুন পৃথিৱীৰ প্ৰজাসকলে মনে-প্ৰাণে সেৱা কৰিছে” চিনেমা কেনেকৈ বনোৱা হʼল নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • মুখ্য কাৰ্য্যালয়ৰ বিষয়ে চিনেমা বনোৱাৰ নিৰ্ণয় কিয় লোৱা হৈছিল?

  • বেথেলৰ ভাই-ভনীসকল একে শৰীৰৰ বেলেগ বেলেগ অংগৰ নিচিনা হয় বুলি এই চিনেমাখনৰপৰা কেনেকৈ জানিব পাৰি?—১কৰি ১২:১৪-২০

  • চিনেমা বনোৱাৰ সময়ত কি কি সমস্যা আহিছিল? ভাইসকলে তাক কেনেকৈ পাৰ কৰিলে?

  • এই ভিডিঅʼখনৰপৰা আপুনি যিহোৱাৰ পবিত্ৰ আত্মাৰ বিষয়ে কি জানিব পাৰে?

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক