ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb22 জানুৱাৰী পৃষ্ঠা ৩
  • জানুৱাৰী ১০-১৬

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জানুৱাৰী ১০-১৬
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
mwb22 জানুৱাৰী পৃষ্ঠা ৩

জানুৱাৰী ১০-১৬

বিচাৰকৰ্ত্তাবিলাক ১৭-১৯

  • গীত ৮৮ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “ঈশ্বৰৰ আজ্ঞা পালন নকৰিলে আমাৰে ক্ষতি হয়”: (১০ মি.)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • বিচা ১৯:১৮—২০১৩ চনত ইংৰাজীত প্ৰকাশিত কৰা নিউ ৱৰ্ল্ড ট্ৰান্‌চলেশ্ব্যান্‌ বাইবেলত এই পদটোত ঈশ্বৰৰ নাম কিয় যোগ কৰা হʼল? (w১৫-HI ১২/১৫ ১০ ¶৬)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি.) বিচা ১৭:১-১৩ (শিক্ষা অধ্যায় ২)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • পুনৰ সাক্ষাতৰ ভিডিঅʼ: (৫ মি.) আলোচনা। পুনৰ সাক্ষাৎ: প্ৰাৰ্থনাই সহায়—যিচ ৪৮:১৭, ১৮ ভিডিঅʼখন দেখুৱাওক। ভিডিঅʼখনত প্ৰশ্নবোৰ সোধাৰ সময়ত ভিডিঅʼখন ৰখাওক আৰু সেই প্ৰশ্নবোৰ শ্ৰোতাসকলক সোধক।

  • পুনৰ সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ৬)

  • পুনৰ সাক্ষাৎ: (৫ মি.) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। তাৰ পাছত এক অনন্ত জীৱন ব্ৰচাৰখন দিয়ক আৰু পাঠ ০১-ৰপৰা বাইবেল অধ্যয়ন আৰম্ভ কৰক। (শিক্ষা অধ্যায় ১৩)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৮৯

  • যিহোৱাৰ বন্ধু হোৱা—মা-দেউতাৰ কথা মানি চলা: (১০ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত সম্ভৱ হʼলে কেইজনমান লʼৰা-ছোৱালীক ষ্টেজলৈ মাতক আৰু তেওঁলোকক সোধক: ৰিংকুৱে মাকৰ কোনটো কথা মনা নাছিল? নিজৰ ভুল শুধৰণি কৰিবলৈ সি কি কৰিলে? তোমালোকে নিজৰ মা-দেউতাৰ কথা কিয় মানিব লাগে?

  • মণ্ডলীৰ প্ৰয়োজনীয়তা: (৫ মি.)

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ৪৭

  • সমাপ্তিৰ মন্তব্য (৩ মি.)

  • গীত ৩১ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক