ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb22 মাৰ্চ পৃষ্ঠা ৮
  • এপ্ৰিল ৪-১০

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এপ্ৰিল ৪-১০
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
mwb22 মাৰ্চ পৃষ্ঠা ৮

এপ্ৰিল ৪-১০

১ চমূৱেল ২০-২২

  • গীত ৯০ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “ভাল বন্ধু হওক”: (১০ মি.)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • ১চমূ ২১:১২, ১৩—দায়ূদে যি কৰিলে, তাৰপৰা আমি কি শিকোঁ? (w০৫ ৪/১ ২১ ¶৫)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি.) ১চমূ ২২:১-১১ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • পুনৰ সাক্ষাৎ: (২ মি.) এনে এজন ব্যক্তিক পুনৰ সাক্ষাৎ কৰক, যিজন ব্যক্তিয়ে আগ্ৰহ দেখুৱাইছিল আৰু আপুনি তেওঁক স্মৰণীয় দিনৰ নিমন্ত্ৰণ-পত্ৰ দিছিল। (শিক্ষা অধ্যায় ৬)

  • পুনৰ সাক্ষাৎ: (৫ মি.) স্মৰণীয় ভাষণ শেষ হোৱাৰ পাছত আপুনি যিজন ব্যক্তিক নিমন্ত্ৰণ-পত্ৰ দিছিল, তেওঁৰ লগত পাতক। তেওঁ কাৰ্য্যক্ৰমৰ বিষয়ে সোধা এটা প্ৰশ্নৰ উত্তৰ দিয়ক। (শিক্ষা অধ্যায় ১২)

  • বাইবেল অধ্যয়ন: (৫ মি.) এক অনন্ত জীৱন পাঠ ০৪, ভাগ ৩ (শিক্ষা অধ্যায় ২০)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৮৫

  • “চʼচিয়েল মিডিয়াত আপুনি কাৰ লগত বন্ধুত্ব কৰে?”: (১০ মি.) আলোচনা। বুদ্ধিমত্তাৰে চʼচিয়েল মিডিয়া ব্যৱহাৰ কৰক নামৰ ভিডিঅʼখন দেখুৱাওক।

  • আলহীক আদৰণি জনাওক: (৫ মি.) ২০১৬ চনৰ মাৰ্চ মাহৰ সভাৰ বাবে অধ্যয়ন পুস্তিকাত দিয়া লেখৰপৰা প্ৰচাৰ সমূহৰ অধ্যক্ষৰ দ্বাৰা আলোচনা। স্মৰণীয় দিনৰ অভিযান কেনেকৈ চলি আছে, তাৰ বিষয়ে মণ্ডলীক জনাওক। ইয়াৰ পাছত ১০ আৰু ১১ পৃষ্ঠাত দিয়া স্মৰণীয় দিনৰ লগত জড়িত পদবোৰৰ তালিকাৰ বিষয়ে জনাওক। সকলোকে স্মৰণীয় দিনৰ বাবে নিজৰ হৃদয়খন প্ৰস্তুত কৰিবলৈ উৎসাহিত কৰক। (ইজ্ৰা ৭:১০) স্মৰণীয় দিনত উপস্থিত হোৱাৰ বিষয়ে বা কাৰ্য্যক্ৰম চোৱাৰ বিষয়ে প্ৰয়োজনীয় ঘোষণা কৰক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ৬১

  • সমাপ্তিৰ মন্তব্য (৩ মি.)

  • গীত ২৩ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক