ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb22 মে’ পৃষ্ঠা ৩
  • মেʼ ৯-১৫

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মেʼ ৯-১৫
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
mwb22 মে’ পৃষ্ঠা ৩

মেʼ ৯-১৫

১ চমূৱেল ৩০-৩১

  • গীত ৮ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “ঈশ্বৰ যিহোৱাৰ পৰা সাহস লাভ কৰক”: (১০ মি.)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • ১চমূ ৩০:২৩, ২৪—এই পদত কোৱা ঘটনাৰ পৰা আমি কি শিকিব পাৰোঁ? (w০৫ ৪/১ ২১ ¶৯)

    • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি.) ১চমূ ৩০:১-১০ (শিক্ষা অধ্যায় ২)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • পুনৰ সাক্ষাতৰ ভিডিঅʼ: (৫ মি.) আলোচনা। পুনৰ সাক্ষাৎ: উপাৰ্জন অনুসৰি খৰচ কৰক—ইব্ৰী ১৩:১৮ ভিডিঅʼখন দেখুৱাওক। ভিডিঅʼখনত প্ৰশ্নবোৰ সোধাৰ সময়ত ভিডিঅʼখন ৰখাওক আৰু সেই প্ৰশ্নবোৰ শ্ৰোতাসকলক সোধক।

  • পুনৰ সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ৮)

  • পুনৰ সাক্ষাৎ: (৫ মি.) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। দৈনন্দিন বিষয়বোৰত এনেদৰে কথা পাতক, যাতে আপুনি কেইবাৰমান লগ কৰাৰ পাছত সচেতন থাকক! নং ১-লৈ ব্যক্তিজনৰ ধ্যান লৈ যাব পাৰে। (শিক্ষা অধ্যায় ১৬)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৪৩

  • যিহোৱাৰ বন্ধু হোৱা—যিকোনো সময়ত প্ৰাৰ্থনা কৰা: (৫ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত সম্ভৱ হʼলে কেইজনমান লʼৰা-ছোৱালীক সোধক: তুমি যিহোৱালৈ কিয় প্ৰাৰ্থনা কৰা উচিত? তুমি কি কি সময়ত যিহোৱালৈ প্ৰাৰ্থনা কৰিব পাৰা? তুমি প্ৰাৰ্থনাত তেওঁক কি ক’ব পাৰা?

  • মণ্ডলীৰ প্ৰয়োজনীয়তা: (১০ মি.)

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ৬৫, ৬৬

  • সমাপ্তিৰ মন্তব্য (৩ মি.)

  • গীত ১৪৬ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক