ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb22 মে’ পৃষ্ঠা ৬
  • মেʼ ২৩-২৯

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মেʼ ২৩-২৯
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
mwb22 মে’ পৃষ্ঠা ৬

মেʼ ২৩-২৯

২ চমূৱেল ৪-৬

  • গীত ১৩৫ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “যিহোৱালৈ ভয় ৰাখক, তেওঁক অসন্তুষ্ট নকৰিব”: (১০ মি.)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • ২চমূ ৬:৮, ৯—যেতিয়া দায়ূদ ক্ৰোধিত হʼল, তেতিয়া যিহোৱাই কি কৰিলে? ইয়াৰ পৰা আমি কি শিকিব পাৰোঁ? (w৯৬-HI ৪/১ ২৯ ¶১)

    • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি.) ২চমূ ৪:১-১২ (শিক্ষা অধ্যায় ১০)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। (শিক্ষা অধ্যায় ১২)

  • পুনৰ সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। দৈনন্দিন বিষয়বোৰত এনেদৰে কথা পাতক, যাতে আপুনি কেইবাৰমান লগ কৰাৰ পাছত সচেতন থাকক! নং ১-লৈ ব্যক্তিজনৰ ধ্যান লৈ যাব পাৰে। (শিক্ষা অধ্যায় ৯)

  • ভাষণ: (৫ মি.) w০৫-HI ১০/১ ২৩-২৪ ¶১৪-১৫—বিষয়: “ঈশ্বৰক ভয় কৰি, তেওঁৰ গৌৰৱ স্বীকাৰ [মহিমা] কৰাহঁক।”—প্ৰকা ১৪:৭. (শিক্ষা অধ্যায় ১৯)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ১৪৩

  • “প্ৰতিবাদৰ সন্মুখীন হʼবলৈ আপুনি সাজু হৈছেনে?”: (১৫ মি.) এজন প্ৰাচীনৰ দ্বাৰা ভাষণ। আপুনি দুৰ্যোগৰ সন্মুখীন হʼবলৈ সাজু আছেনে? নামৰ ভিডিঅʼখন দেখুৱাওক। যদি শাখা কাৰ্য্যালয় আৰু প্ৰাচীন গোষ্ঠীয়ে কিবা নিৰ্দেশনা দিছে, তেনেহʼলে সেইবোৰ পুনৰ আলোচনা কৰক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ৬৯

  • সমাপ্তিৰ মন্তব্য (৩ মি.)

  • গীত ৩১ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক