ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb22 জুলাই পৃষ্ঠা ৭
  • জুলাই ২৫-৩১

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জুলাই ২৫-৩১
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
mwb22 জুলাই পৃষ্ঠা ৭

জুলাই ২৫-৩১

২ চমূৱেল ২৩-২৪

  • গীত ৭৬ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “আপুনি যিহোৱাক যি দিয়ে, সেয়া সঁচাকৈ বলিদান হয়নে?”: (১০ মি.)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • ২চমূ ২৩:১৫-১৭—দায়ূদে পানী খাবলৈ কিয় মানা কৰিলে? (w০৫ ৬/১ ১১ ¶৬)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি.) ২চমূ ২৩:১-১২ (শিক্ষা অধ্যায় ১১)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। (শিক্ষা অধ্যায় ৯)

  • পুনৰ সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি আপোনাৰ কথা-বতৰা আগবঢ়াই নি থাকক। (শিক্ষা অধ্যায় ৩)

  • বাইবেল অধ্যয়ন: (৫ মি.) এক অনন্ত জীৱন! পাঠ ০৫, আমি কি শিকিলোঁ, আপুনি কেনেকৈ উত্তৰ দিব আৰু লক্ষ্য (শিক্ষা অধ্যায় ১৯)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ১৭

  • স্ব-ইচ্ছাৰে বলিদান আগবঢ়াওক (গীত ৫৪:৬): (৯ মি.) ভিডিঅʼখন দেখুৱাওক।

  • যিহোৱাৰ বন্ধু হোৱা—নিজতকৈ আনৰ বিষয়ে বেছি চিন্তা কৰা: (৬ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত সম্ভৱ হʼলে কেইজনমান লʼৰা-ছোৱালীক বাছনি কৰি সিহঁতক সোধক: ৰিংকি আৰু ৰিংকুক কি কৰিবলৈ মন গৈছিল, কিন্তু তেওঁলোকে কি কৰিলে? ৰিংকুৱে যীচুৰপৰা কি শিকিলে? যিহোৱাক আনন্দিত কৰিবলৈ বা আনক সহায় কৰিবলৈ তুমি ভালপোৱা কিবা কাম এৰিছানে?

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ৮০

  • সমাপ্তিৰ মন্তব্য (৩ মি.)

  • গীত ৬৩ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক