আগষ্ট ৮-১৪
১ ৰাজাৱলি ৩-৪
গীত ৮৮ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“ঈশ্বৰীয় বুদ্ধি মূল্যৱান হয়”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
১ৰাজা ৪:২০—ইস্ৰায়েলীসকলৰ জনসংখ্যা “সমুদ্ৰৰ তীৰত থকা বালিৰ নিচিনা” হৈছিল। এই বাক্যৰপৰা কেনেকৈ জানিব পাৰি যে যিহোৱাই নিজৰ সকলো প্ৰতিজ্ঞা পূৰ কৰে? (w৯৮-HI ২/১ ১১ ¶১৫)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) ১ৰাজা ৩:১-১৪ (শিক্ষা অধ্যায় ৫)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। (শিক্ষা অধ্যায় ১)
পুনৰ সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি আপোনাৰ কথা-বতৰা আগবঢ়াই নি থাকক। দেখুৱাক যে ব্যক্তিজনৰ লগত আপুনি বহুবাৰ কথা পাতিলে আৰু তেওঁ বেছিকৈ জানিবলৈ বিচাৰিছে। তাৰ পাছত এক অনন্ত জীৱন! ব্ৰচাৰখন দিয়ক আৰু বাইবেল অধ্যয়ন কেনেকৈ কৰা হয়? নামৰ ভিডিঅʼখনৰ বিষয়ে জনাওক (কিন্তু ভিডিঅʼখন নচলাব)। (শিক্ষা অধ্যায় ৩)
বাইবেল অধ্যয়ন: (৫ মি.) এক অনন্ত জীৱন! পাঠ ০৬, ভাগ ৪ (শিক্ষা অধ্যায় ১২)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
মণ্ডলীৰ প্ৰয়োজনীয়তা: (১০ মি.)
নতুন সেৱা বছৰৰ বাবে লক্ষ্য ৰাখক—উদাৰশীল হওক: (৫ মি.) আলোচনা। বিশ্বাস দৃঢ় কৰাৰ লগতে নিজৰ সেৱা বঢ়াওক—যিহোৱাৰ কামৰ বাবে অলপ ‘সাঁচি ৰাখক’ নামৰ ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক সোধক: সেই দম্পতীয়ে উদাৰতাৰে কি কি কাম কৰিলে?
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ৮২
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ৩৩ আৰু প্ৰাৰ্থনা