আগষ্ট ১৫-২১
১ ৰাজাৱলি ৫-৬
গীত ১২২ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“তেওঁলোকে মনে-প্ৰাণে কাম কৰিলে”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
১ৰাজা ৬:১—এই পদৰপৰা বাইবেলৰ বিষয়ে কি জানিব পাৰি? (g-E ৫/১২ ১৭, বক্স)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) ১ৰাজা ৫:১-১২ (শিক্ষা অধ্যায় ১২)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। (শিক্ষা অধ্যায় ১১)
পুনৰ সাক্ষাৎ: (৪ মি.) এনে এজন ব্যক্তিক লগ কৰক, যিজনক আপুনি আগতে এক অনন্ত জীৱন! ব্ৰচাৰখন দিছিল আৰু সেই ব্ৰচাৰখনৰপৰা বাইবেল অধ্যয়ন কেনেকৈ কৰা হয়, তাক দেখুৱাওক। (শিক্ষা অধ্যায় ২)
বাইবেল অধ্যয়ন: (৫ মি.) এক অনন্ত জীৱন! পাঠ ০৬, ভাগ ৫ (শিক্ষা অধ্যায় ৯)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
ৰাজ্যগৃহ বনাবলৈ যিহোৱাই সহায় কৰে: (১৫ মি.) ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত এই প্ৰশ্নবোৰ সোধক: মাইক্ৰনেছিয়াৰ নিৰ্মাণ কামত যিহোৱাই আশীৰ্বাদ দিলে বুলি কোনটো অনুভৱৰপৰা জানিব পাৰি? নিৰ্মাণ কামত পবিত্ৰ আত্মাই ভাই-ভনীসকলৰ ওপৰত কেনেকৈ কাম কৰে? যদি আপুনি কেতিয়াবা নিৰ্মাণ কাম কৰিছে, তেনেহʼলে সেই কামত যিহোৱাই কেনেকৈ সহায় কৰে, সেয়া আপুনি দেখিছেনে?
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ৮৩
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ৬৪ আৰু প্ৰাৰ্থনা