চেপ্টেম্বৰ ৫-১১
১ ৰাজাৱলি ৯-১০
গীত ১০ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান
“যিহোৱাৰ বুদ্ধিৰ বাবে তেওঁৰ প্ৰশংসা কৰক”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
১ৰাজা ১০:১০, ১৪—ৰজা চলোমনৰ ওচৰত বহুত সোণ আছিল বুলি আমি কেনেকৈ জানিব পাৰোঁ? (w০৮-E ১১/১ ২২ ¶৪-৬)
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) ১ৰাজা ১০:১-১৩ (শিক্ষা অধ্যায় ৫)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাতৰ ভিডিঅʼ: (৫ মি.) আলোচনা। প্ৰথম সাক্ষাৎ: আনন্দময় জীৱন—গীত ৩৭:২৯ ভিডিঅʼখন দেখুৱাওক। ভিডিঅʼখনত প্ৰশ্নবোৰ সোধাৰ সময়ত ভিডিঅʼখন ৰখাওক আৰু সেই প্ৰশ্নবোৰ শ্ৰোতাসকলক সোধক।
প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া “বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ অভিযান” ভাগত যি বিষয় দিয়া আছে, সেই বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। (শিক্ষা অধ্যায় ১)
প্ৰথম সাক্ষাৎ: (৫ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া “বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ অভিযান” ভাগত যি বিষয় দিয়া আছে, সেই বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। (শিক্ষা অধ্যায় ১৩)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“JW.ORG-ত বুদ্ধিৰে পৰিপূৰ্ণ পৰামৰ্শ বিচাৰক”: (৮ মি.) আলোচনা। সকলোকে jw.org ৱেবছাইটলৈ যাবলৈ উৎসাহিত কৰক। প্ৰতিদিনে অহা সমস্যাবোৰ আমি কেনেকৈ সন্মুখীন হʼব পাৰোঁ, তাৰ বিষয়ে এই ৱেবছাইটত বাইবেলৰ পৰা কোৱা হৈছে।
মণ্ডলীৰ প্ৰয়োজনীয়তা: (৭ মি.)
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ৮৬, ৮৭
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ৩৬ আৰু প্ৰাৰ্থনা