ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb22 ছেপ্টেম্বৰ পৃষ্ঠা ৬
  • চেপ্টেম্বৰ ১৯-২৫

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • চেপ্টেম্বৰ ১৯-২৫
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২২
mwb22 ছেপ্টেম্বৰ পৃষ্ঠা ৬

চেপ্টেম্বৰ ১৯-২৫

১ ৰাজাৱলি ১৩-১৪

  • গীত ২১ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

  • “সন্তুষ্ট আৰু মৰ্য্যদাত থকাটো কিয় গুৰুত্বপূৰ্ণ?”: (১০ মি.)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • ১ৰাজা ১৪:১৩—এই পদৰ পৰা আমি যিহোৱাৰ বিষয়ে কি শিকিব পাৰোঁ? (w১১-HI ১/১ ২১ ¶৫)

    • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি.) ১ৰাজা ১৩:১-১০ (শিক্ষা অধ্যায় ১০)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া “বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ অভিযান” ভাগত যি বিষয় দিয়া আছে, সেই বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। সাধাৰণতে কথা-বতৰাত অহা কোনো এটা বাধা কেনেকৈ পাৰ কৰিব পাৰি, তাক দেখুৱাওক। (শিক্ষা অধ্যায় ৭)

  • পুনৰ সাক্ষাৎ: (৪ মি.) এজন ব্যক্তিৰ লগত আপুনি বহু বাৰ কথা পাতিলে আৰু তেওঁ বেছিকৈ জানিব বিচাৰিছে। তেওঁৰ লগত এক অনন্ত জীৱন ব্ৰচাৰখনৰ পাঠ ১-ৰ পৰা অধ্যয়ন আৰম্ভ কৰক। (শিক্ষা অধ্যায় ৯)

  • বাইবেল অধ্যয়ন: (৫ মি.) এক অনন্ত জীৱন পাঠ ০৭, ভাগ ৫ (শিক্ষা অধ্যায় ১৯)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ১১৮

  • “অভাৱৰ সত্ত্বেও হাৰ নামানিব”: (১৫ মি.) আলোচনা। মজবুত ঘৰ তৈয়াৰ কৰক—“তোমালোকৰ যি আছে, তাতে সন্তুষ্ট হৈ থাকা” নামৰ ভিডিঅʼখন দেখুৱাওক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ৮৯, ৯০

  • সমাপ্তিৰ মন্তব্য (৩ মি.)

  • গীত ১২৬ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক