চেপ্টেম্বৰ ২৬–অক্টোবৰ ২
১ ৰাজাৱলি ১৫-১৬
গীত ৭৩ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান
“আপুনি আচাৰ দৰে সাহস দেখুৱাই নে?”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
১ৰাজা ১৬:৩৪—যিহোৱাৰ সকলো ভৱিষ্যতবাণী পূৰ হʼব বুলি এই ঘটনাৰ পৰা আমাৰ বিশ্বাস কেনেকৈ বাঢ়ে? (w৯৮-HI ৯/১৫ ২১-২২)
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) ১ৰাজা ১৫:২৫–১৬:৭ (শিক্ষা অধ্যায় ৫)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া “বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ অভিযান” ভাগত যি বিষয় দিয়া আছে, সেই বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। সাধাৰণতে কথা-বতৰাত অহা কোনো এটা বাধা কেনেকৈ পাৰ কৰিব পাৰি, তাক দেখুৱাওক। (শিক্ষা অধ্যায় ১২)
পুনৰ সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া “বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ অভিযান” ভাগত যি বিষয় দিয়া আছে, সেই বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আগবঢ়াই নি থাকক। (শিক্ষা অধ্যায় ১৬)
বাইবেল অধ্যয়ন: (৫ মি.) এক অনন্ত জীৱন পাঠ ০৭, ভাগ ৬ (শিক্ষা অধ্যায় ৬)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
খ্ৰীষ্টৰ সাহসী সৈনিকসকল: (৫ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত এই প্ৰশ্নটো সোধক: বেঞ্জামিন আৰু শ্ৰুতিৰ পৰা আপুনি কি শিকিলে?
সংগঠনে লাভ কৰা সফলতা: (১০ মি.) চেপ্টেম্বৰ মাহৰ সংগঠনে লাভ কৰা সফলতা ভিডিঅʼখন দেখুৱাওক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ কাহিনী কাহিনী ৯১, ৯২
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ১১৯ আৰু প্ৰাৰ্থনা