ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 জানুৱাৰী পৃষ্ঠা ৬
  • মোৰ প্ৰাৰ্থনাৰ পৰা মোৰ বিষয়ে কি জানিব পাৰি?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মোৰ প্ৰাৰ্থনাৰ পৰা মোৰ বিষয়ে কি জানিব পাৰি?
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
  • মিল থকা বিষয়
  • প্ৰাৰ্থনাৰ যোগেদি ঈশ্বৰৰ কাষ চাপক
    বাইবেলে প্ৰকৃততে কি শিকায়?
  • এক আভাস
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০২১
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 জানুৱাৰী পৃষ্ঠা ৬

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

মোৰ প্ৰাৰ্থনাৰ পৰা মোৰ বিষয়ে কি জানিব পাৰি?

যাবেচক লোকসকলে বৰ সন্মান কৰিছিল (১বং ৪:৯)

তেওঁৰ প্ৰাৰ্থনাৰ পৰা জানিব পাৰি যে তেওঁ সত্য উপাসনাক বহুত গুৰুত্ব দিছিল (১বং ৪:১০ক; w১১-HI ৪/১ ২৩ ¶৩-৭)

যিহোৱাই যাবেচৰ প্ৰাৰ্থনাৰ উত্তৰ দিলে (১বং ৪:১০খ)

এগৰাকী বৃদ্ধ ভনীয়ে হৃদয়ৰ পৰা প্ৰাৰ্থনা কৰি আছে। তেওঁৰ কোলাত বাইবেল আৰু jw.org-ৰ পৰা উলিওৱা জেইলত বন্দী থকা ভাইসকলৰ লিষ্ট আছে।

নিজকে সোধক: ‘মোৰ প্ৰাৰ্থনাৰ পৰা মোৰ বিষয়ে কি জানিব পাৰি?’—মথি ৬:৯, ১০.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক