ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 মাৰ্চ পৃষ্ঠা ২
  • মাৰ্চ ৬-১২

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মাৰ্চ ৬-১২
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 মাৰ্চ পৃষ্ঠা ২

মাৰ্চ ৬-১২

১ বংশাৱলি ২৩-২৬

  • গীত ১২৩ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

  • “মন্দিৰত উপাসনাৰ বাবে এক শৃংখলাবদ্ধ ব্যৱস্থা”: (১০ মি.)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • ১বং ২৫:৭, ৮—এই পদৰ পৰা কেনেকৈ জানিব পাৰি যে যিহোৱাৰ মহিমা কৰিবলৈ গীত গোৱাটো অতি গুৰুত্বপূৰ্ণ? (w২২.০৩ ২২ ¶১০)

    • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি.) ১বং ২৩:২১-৩২ (শিক্ষা অধ্যায় ৫)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • স্মৰণীয় দিনৰ নিমন্ত্ৰণৰ ভিডিঅʼ: (৫ মি.) আলোচনা। স্মৰণীয় দিনৰ নিমন্ত্ৰণৰ অভিযান ভিডিঅʼ দেখুৱাওক। ভিডিঅʼখনত প্ৰশ্নবোৰ সোধাৰ সময়ত ভিডিঅʼখন ৰখাওক আৰু সেই প্ৰশ্নবোৰ শ্ৰোতাসকলক সোধক।

  • স্মৰণীয় দিনৰ নিমন্ত্ৰণ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। (শিক্ষা অধ্যায় ১১)

  • ভাষণ: (৫ মি.) w১১-HI ১০/১ ১৪-১৫—বিষয়: সত্য খ্ৰীষ্টানসকল কিয় সংগঠিত? (শিক্ষা অধ্যায় ১৪)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ১০১

  • “দুৰ্যোগৰ পিছত কেনেকৈ সহায় কৰিব পাৰি?”: (১০ মি.) আলোচনা আৰু ভিডিঅʼ।

  • শনিবাৰ, ১১ মাৰ্চৰ পৰা স্মৰণীয় দিনৰ অভিযানৰ আৰম্ভণি: (৫ মি.) আলোচনা। নিমন্ত্ৰণ-পত্ৰৰ কিছুমান বিশেষ কথা জনাওক। তাৰ পাছত ইয়াক বিতৰণ কৰিবলৈ, বিশেষ ভাষণৰ বাবে আৰু স্মৰণীয় দিনৰ বাবে কি কি ব্যৱস্থা কৰা হৈছে, তাৰ বিষয়েও জনাওক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) এক অনন্ত জীৱন! পাঠ ০৫

  • সমাপ্তিৰ মন্তব্য (৩ মি.)

  • গীত ৯৬ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক