ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 মাৰ্চ পৃষ্ঠা ৪
  • মাৰ্চ ১৩-১৯

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মাৰ্চ ১৩-১৯
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 মাৰ্চ পৃষ্ঠা ৪

মাৰ্চ ১৩-১৯

১ বংশাৱলি ২৭-২৯

  • গীত ১৩৩ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

  • “এজন পিতৃয়ে মৰমেৰে দিয়া উপদেশ”: (১০ মি.)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • ১বং ২৭:৩৩—হুচয় কেনেকৈ এজন বিশ্বাসী বন্ধুৰ ভাল উদাহৰণ হয়? (w১৭.০৩–HI ২৯ ¶৬-৭)

    • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি.) ১বং ২৭:১-১৫ (শিক্ষা অধ্যায় ১০)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • পুনৰ সাক্ষাতৰ ভিডিঅʼ: (৫ মি.) আলোচনা। পুনৰ সাক্ষাৎ: লোকসকলক সহায় —মথি ২০:২৬ ভিডিঅʼখন দেখুৱাওক। ভিডিঅʼখনত প্ৰশ্নবোৰ সোধাৰ সময়ত ভিডিঅʼখন ৰখাওক আৰু সেই প্ৰশ্নবোৰ শ্ৰোতাসকলক সোধক।

  • পুনৰ সাক্ষাৎ: (৪ মি.) দেখুৱাক যে ব্যক্তিজনৰ লগত আপুনি বহু বাৰ কথা পাতিলে আৰু তেওঁক নিমন্ত্ৰণ-পত্ৰ দিয়াৰ সময়ত তেওঁ বেছিকৈ জানিব বিছাৰিছিল। তেওঁক যীচুৰ কিয় মৃত্যু হৈছিল নামৰ ভিডিঅʼখনৰ বিষয়ে জনাওক (কিন্তু ভিডিঅʼখন নচলাব) আৰু আলোচনা কৰক। (শিক্ষা অধ্যায় ৯)

  • পুনৰ সাক্ষাৎ: (৪ মি.) দেখুৱাক যে ব্যক্তিজনৰ লগত আপুনি বহু বাৰ কথা পাতিলে আৰু তেওঁক নিমন্ত্ৰণ-পত্ৰ দিয়াৰ সময়ত তেওঁ বেছিকৈ জানিব বিছাৰিছিল। তেওঁক দুখ-কষ্ট নথকা এক অনন্ত জীৱন! নামৰ ব্ৰচাৰখনৰ পৰা বাইবেল অধ্যয়ন আৰম্ভ কৰক। (শিক্ষা অধ্যায় ৬)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৪

  • মণ্ডলীৰ প্ৰয়োজনীয়তা: (৫ মি.)

  • সংগঠনে লাভ কৰা সফলতা: (১০ মি.) মাৰ্চ মাহৰ সংগঠনে লাভ কৰা সফলতা ভিডিঅʼখন দেখুৱাওক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) এক অনন্ত জীৱন! পাঠ ০৬

  • সমাপ্তিৰ মন্তব্য (৩ মি.)

  • গীত ১১ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক