ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 মাৰ্চ পৃষ্ঠা ৬
  • মাৰ্চ ২৭–এপ্ৰিল ২

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মাৰ্চ ২৭–এপ্ৰিল ২
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 মাৰ্চ পৃষ্ঠা ৬

মাৰ্চ ২৭–এপ্ৰিল ২

২ বংশাৱলি ৫-৭

  • গীত ১২৯ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

  • “সদায় এই ভৱনলৈ মোৰ মন থাকিব”: (১০ মি.)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • ২বং ৬:২৯, ৩০—চলোমনে প্ৰাৰ্থনাত কোৱা এই কথাৰ পৰা আমি কেনেকৈ শান্ত্বনা পাব পাৰোঁ? (w১১ ৪/১ ১৯ ¶৭)

    • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি.) ২বং ৬:২৮-৪২ (শিক্ষা অধ্যায় ১১)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • স্মৰণীয় দিনৰ নিমন্ত্ৰণ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। (শিক্ষা অধ্যায় ৩)

  • পুনৰ সাক্ষাৎ: (৪ মি.) স্মৰণীয় ভাষণ শেষ হোৱাৰ পাছত আপুনি যিজন ব্যক্তিক নিমন্ত্ৰণ-পত্ৰ দিছিল, তেওঁৰ লগত কথা পাতক। তেওঁ কাৰ্য্যক্ৰমৰ বিষয়ে সোধা এটা প্ৰশ্নৰ উত্তৰ দিয়ক। (শিক্ষা অধ্যায় ১৭)

  • ভাষণ: (৫ মি.) w৯৩-HI ৫/১ ৩২—বিষয়: যদি আমি বাধ্যত পৰি স্মৰণীয় দিনত উপস্থিত হʼব নোৱাৰোঁ, তেন্তে আমি কি কৰা উচিত? (শিক্ষা অধ্যায় ১৮)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৩৬

  • “তোমাৰ হৃদয়ক ৰক্ষা কৰা”: (১০ মি.) আলোচনা আৰু ভিডিঅʼ।

  • মণ্ডলীৰ প্ৰয়োজনীয়তা: (৫ মি.)

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) এক অনন্ত জীৱন! পাঠ ০৮

  • সমাপ্তিৰ মন্তব্য (৩ মি.)

  • গীত ২৮ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক