ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 মে’ পৃষ্ঠা ২
  • মে’ ১-৭

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মে’ ১-৭
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 মে’ পৃষ্ঠা ২

মে’ ১-৭

২ বংশাৱলি ১৭-১৯

  • গীত ১১৪ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

  • “আনক যিহোৱাৰ দৃষ্টিৰে চাওক”: (১০ মি.)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • ২বং ১৭:৯—যিহোচাফটে লোকসকলক শিকাবলৈ যি অভিযানৰ ব্যৱস্থা কৰিলে, তাৰ পৰা আমি কি শিকিব পাৰোঁ? (w১৭.০৩-HI ২০ ¶১০-১১)

    • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি.) ২বং ১৭:১-১৯ (শিক্ষা অধ্যায় ১১)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাতৰ ভিডিঅʼ: (৫ মি.) আলোচনা। প্ৰথম সাক্ষাৎ: বাইবেল—ৰোম ১৫:৪ ভিডিঅʼখন দেখুৱাওক। ভিডিঅʼখনত প্ৰশ্নবোৰ সোধাৰ সময়ত ভিডিঅʼখন ৰখাওক আৰু সেই প্ৰশ্নবোৰ শ্ৰোতাসকলক সোধক।

  • প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। (শিক্ষা অধ্যায় ১৮)

  • ভাষণ: (৫ মি.) w২১.০৫ ১৬-১৮ ¶১১-১৫—বিষয়: লোকসকলে নুশুনিলেও প্ৰচাৰ কৰি থাকক। (শিক্ষা অধ্যায় ১৬)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ১০৪

  • “নিজকে যিহোৱাৰ দৃষ্টিৰে চাওক”: (১৫ মি.) আলোচনা আৰু ভিডিঅʼ।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) এক অনন্ত জীৱন! পাঠ ১২

  • সমাপ্তিৰ মন্তব্য (৩ মি.)

  • গীত ৩ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক