ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 মে’ পৃষ্ঠা ৭
  • মে’ ২২-২৮

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মে’ ২২-২৮
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 মে’ পৃষ্ঠা ৭

মে’ ২২-২৮

২ বংশাৱলি ২৫-২৭

  • গীত ৮০ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

  • “যিহোৱাই তোমাক তাতকৈ অধিক দিব পাৰে”: (১০ মি.)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • ২বং ২৬:৪, ৫—উজ্জিয়াৰ উদাহৰণে কেনেকৈ দেখুৱাই যে পৰিপক্ক ভাই-ভনীৰ লগত সংগতি কৰিলে আৰু তেওঁলোকৰ পৰা শিকিলে আমি লাভৱান হওঁ? (w০৭-E ১২/১৫ ১০ ¶১-২)

    • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি.) ২বং ২৫:১-১৩ (শিক্ষা অধ্যায় ১২)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। আমি বাইবেল অধ্যয়নো কৰাওঁ বুলি তেওঁক কওক আৰু বাইবেল অধ্যয়নৰ যোগাযোগ কাৰ্ড দিয়ক। (শিক্ষা অধ্যায় ২)

  • পুনৰ সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। সেই ব্যক্তিজনক আমাৰ ৱেবছাইটৰ বিষয়ে জনাওক আৰু jw.org যোগাযোগৰ কাৰ্ডখন দিয়ক। (শিক্ষা অধ্যায় ১৫)

  • বাইবেল অধ্যয়ন: (৫ মি.) এক অনন্ত জীৱন! পাঠ ১০, পৰিচয়, ভাগ ১-৩ (শিক্ষা অধ্যায় ৩)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ১৩৬

  • অনন্ত জীৱন বাবে যিকোনো ত্যাগ কৰিবলৈ সাজু থাকক (মাৰ্ক ১০:২৯, ৩০): (১৫ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত এই প্ৰশ্নবোৰ সোধক: মাৰ্ক ১০:২৯, ৩০ পদত যীচুৱে কৰা প্ৰতিজ্ঞাই আমাক কি কৰিবলৈ উৎসাহিত কৰে? আৰম্ভণিতে যীচুৰ ভাইসকলে যেতিয়া তেওঁৰ ওপৰত বিশ্বাস কৰা নাছিল, তেতিয়া তেওঁ কি কৰিলে? যদি আমাৰ পৰিয়ালৰ লোক যিহোৱাৰ সাক্ষী নহয়, তেনেহʼলে আমি তেওঁলোকৰ বিষয়ে কি কথা মনত ৰখা উচিত?

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) এক অনন্ত জীৱন! পাঠ ১৪

  • সমাপ্তিৰ মন্তব্য (৩ মি.)

  • গীত ২৪ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক