ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 জুলাই পৃষ্ঠা ৭
  • জুলাই ৩১–আগষ্ট ৬

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জুলাই ৩১–আগষ্ট ৬
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 জুলাই পৃষ্ঠা ৭

জুলাই ৩১–আগষ্ট ৬

নহিমিয়া ৩-৪

  • গীত ১৪৩ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

  • “শাৰীৰিক পৰিশ্ৰম আপোনাৰ বাবে লাজৰ বিষয়নে?”: (১০ মি.)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • নহি ৪:১৭, ১৮—গঢ় নিৰ্মাণ কৰাৰ সময়ত কেৱল এখন হাতেৰে কাম কৰাটো কেনেকৈ সম্ভৱ আছিল?(w০৬-HI ২/১ ৯¶১)

    • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি.) নহি ৩:১৫-২৪ (শিক্ষা অধ্যায় ২)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। সাধাৰণতে কথা-বতৰাত অহা কোনো এটা বাধা কেনেকৈ পাৰ কৰিব পাৰি, তাক দেখুৱাওক। (শিক্ষা অধ্যায় ৩)

  • পুনৰ সাক্ষাৎ: (৪ মি.) সেই ব্যক্তিজনৰ লগত এক অনন্ত জীৱন! ব্ৰচাৰখনৰ শেষৰ পৃষ্ঠা আলোচনা কৰক আৰু সোধক যে তেওঁ বাইবেল অধ্যয়ন কৰিব বিচাৰেনে। (শিক্ষা অধ্যায় ১২)

  • ভাষণ: (৫ মি.) km-HI ১১/১২ ১—বিষয়: নিজৰ পৰিশ্ৰমৰ ভাল পৰিণাম দেখি আনন্দিত হওক। (শিক্ষা অধ্যায় ১০)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৯১

  • যিহোৱাৰ সাক্ষীসকলৰ লগত কাম কৰাৰ অনুভৱ: (৮ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত এই প্ৰশ্নবোৰ সোধক: এই ভিডিঅʼখনৰ পৰা আমি কি শিকিলোঁ? কামৰ ঠাইত আমি ভাল আচাৰ-ব্যৱহাৰ বজাই ৰাখিলে ইয়াৰ পৰা আনে কেনেকৈ সত্যৰ ফালে আকৰ্ষিত হয়?

  • মণ্ডলীৰ প্ৰয়োজনীয়তা: (৭ মি.)

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) এক অনন্ত জীৱন! পাঠ ২২

  • সমাপ্তিৰ মন্তব্য (৩ মি.)

  • গীত ৫৭ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক