ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 ছেপ্টেম্বৰ পৃষ্ঠা ২
  • চেপ্টেম্বৰ ৪-১০

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • চেপ্টেম্বৰ ৪-১০
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 ছেপ্টেম্বৰ পৃষ্ঠা ২

চেপ্টেম্বৰ ৪-১০

ইষ্টেৰ ১-২

  • গীত ১৩৭ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

  • “ইষ্টেৰৰ দৰে মৰ্য্যদাত থাকক”: (১০ মি.)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • ইষ্টে ২:৫—বাইবেলত মৰ্দখয়ৰ বিষয়ে যি কোৱা হৈছে সেয়া সঁচা হয় বুলি কিহে প্ৰমাণ কৰে? (w২২.১১ ৩১ ¶৩-৬)

    • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি.) ইষ্টে ১:১৩-২২ (শিক্ষা অধ্যায় ১০)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাতৰ ভিডিঅʼ: (৫ মি.) আলোচনা। প্ৰথম সাক্ষাৎ: ৰাজ্য— মথি ৬:৯, ১০ ভিডিঅʼখন দেখুৱাওক। ভিডিঅʼখনত প্ৰশ্নবোৰ সোধাৰ সময়ত ভিডিঅʼখন ৰখাওক আৰু সেই প্ৰশ্নবোৰ শ্ৰোতাসকলক সোধক।

  • প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। সেই ব্যক্তিজনক এক অনন্ত জীৱন! ব্ৰচাৰখন দিয়ক। (শিক্ষা অধ্যায় ১)

  • ভাষণ: (৫ মি.) w২০.১১ ১৩-১৪ ¶৩-৭—বিষয়: যীচু আৰু স্বৰ্গদূতৰপৰা সহায়। (শিক্ষা অধ্যায় ১৪)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ১০৬

  • সমনীয়াই কি কয়—ৰং-ৰূপ: (৫ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত এই প্ৰশ্নবোৰ সোধক: নিজৰ ৰং-ৰূপৰ বিষয়ে সঠিক চিন্তাধাৰা ৰাখিবলৈ কিয় কঠিন হ’ব পাৰে?

    এই ক্ষেত্ৰত ১ পিতৰ ৩:৩, ৪ পদত দিয়া সিদ্ধান্তৰ পৰা আমি কেনেকৈ সহায় পাব পাৰোঁ?

  • সংগঠনে লাভ কৰা সফলতা: (১০ মি.) চেপ্টেম্বৰ মাহৰ সংগঠনে লাভ কৰা সফলতা ভিডিঅʼখন দেখুৱাওক।.

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) এক অনন্ত জীৱন! পাঠ ২৭

  • সমাপ্তিৰ মন্তব্য (৩ মি.)

  • গীত ১৮ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক