ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 ছেপ্টেম্বৰ পৃষ্ঠা ৮
  • অক্টোবৰ ২-৮

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • অক্টোবৰ ২-৮
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 ছেপ্টেম্বৰ পৃষ্ঠা ৮

অক্টোবৰ ২-৮

ইয়োব ১–৩

  • গীত ১৪১ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

  • “যিহোৱাক আপুনি কিমান প্ৰেম কৰে দেখুৱাই থাকক”: (১০ মি.)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • ইয়ো ১:১০—মথি ২৭:৪৬ পদত যীচুৱে কোৱা কথাটো এই পদৰ পৰা আমি কেনেকৈ বুজিব পাৰোঁ? (w২১.০৪ ১১ ¶৯)

    • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি.) ইয়ো ৩:১-২৬ (শিক্ষা অধ্যায় ১২)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। সেই ব্যক্তিজনক আমাৰ ৱেবছাইটৰ বিষয়ে জনাওক আৰু jw.org যোগাযোগৰ কাৰ্ডখন দিয়ক। (শিক্ষা অধ্যায় ৯)

  • পুনৰ সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। তেওঁক বাইবেল কিয় অধ্যয়ন কৰা উচিত? নামৰ ভিডিঅʼখনৰ বিষয়ে জনাওক (কিন্তু ভিডিঅʼখন নচলাব) আৰু ইয়াৰ ওপৰত আলোচনা কৰক। (শিক্ষা অধ্যায় ২০)

  • ভাষণ: (৫ মি.) w২২.০১ ১১-১২ ¶১১-১৪—বিষয়: যাকোবৰ দৰে ভাল শিক্ষক হওক—আনৰ পৰিস্থিতি বুজিবলৈ চেষ্টা কৰক আৰু নম্ৰ হওক। (শিক্ষা অধ্যায় ১৮)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ২১

  • মই সকলোবোৰ ঠিকেই কৰি আছোঁ বুলি ভাবিছিলোঁ: (১০ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত এই প্ৰশ্নবোৰ সোধক: ভাই ৱৰ্ডবেলে যিহোৱাৰ সেৱা কৰিবলৈ আগৰে পৰা বহুতো কাম কৰি আছে বুলি তেওঁক কিয় লাগিছিল?

    মথি ৬:৩৩ পদটো মনন কৰাৰ বাবে তেওঁৰ ওপৰত কি প্ৰভাৱ পৰিল?

    ভাই ৱৰ্ডবেলৰ পৰিয়ালৰ পৰা আপুনি আৰু কি শিকিলে?

  • “JW.ORG-ৰ মূখ্য পেজ ব্যৱহাৰ কৰি আনক প্ৰচাৰ কৰক”: (৫ মি.) আলোচনা।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) এক অনন্ত জীৱন! পাঠ ৩১

  • সমাপ্তিৰ মন্তব্য (৩ মি.)

  • গীত ৭৪ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক