ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 ছেপ্টেম্বৰ পৃষ্ঠা ৯
  • অক্টোবৰ ৯-১৫

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • অক্টোবৰ ৯-১৫
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 ছেপ্টেম্বৰ পৃষ্ঠা ৯

অক্টোবৰ ৯-১৫

ইয়োব ৪-৫

  • গীত ১২১ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

  • “মিছা তথ্যৰ পৰা সাৱধানে থাকক”: (১০ মি.)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)

    • ইয়ো ৪:৪—ইয়োবে কি বিষয়ত আমাৰ বাবে এটা ভাল উদাহৰণ ৰাখিলে? (w০৩-HI ৫/১৫ ২২ ¶৫-৬)

    • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

  • বাইবেল পাঠ: (৪ মি.) ইয়ো ৫:১-২৭ (শিক্ষা অধ্যায় ১০)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাৎ: (২ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। (শিক্ষা অধ্যায় ৪)

  • পুনৰ সাক্ষাৎ: (৫ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। সেই ব্যক্তিজনক জনাওক যে তেওঁ jw.org-ত দিয়া তথ্যবোৰ কেনেকৈ বিচাৰিব পাৰে। (শিক্ষা অধ্যায় ১৫)

  • বাইবেল অধ্যয়ন: (৫ মি.) এক অনন্ত জীৱন! পাঠ ১৬ ভাগ ৫ (শিক্ষা অধ্যায় ১৬)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৭৮

  • মণ্ডলীৰ প্ৰয়োজনীয়তা: (১৫ মি.)

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) এক অনন্ত জীৱন! পাঠ ৩২ ভাগ ১-৪ আৰু তালিকা

  • সমাপ্তিৰ মন্তব্য (৩ মি.)

  • গীত ২২ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক