নবেম্বৰ ২০-২৬
ইয়োব ১৮-১৯
গীত ৪৪ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (১ মি.)
ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান
“নিজৰ ভাই-ভনীসকলক কেতিয়াও নেৰিব”: (১০ মি.)
আধ্যাত্মিক ৰত্ন বিচাৰক: (১০ মি.)
ইয়ো ১৯:১, ২—ইয়োবে নিজৰ মিছা বন্ধুসকলৰ কথা শুনি যি কʼলে, তাৰ পৰা আমি কি শিকিব পাৰোঁ? (w৯৪-E ১০/১ ৩২)
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি যিহোৱা, ঘোষণা কাৰ্য্য অথবা আন কিবা বিষয়ত কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?
বাইবেল পাঠ: (৪ মি.) ইয়ো ১৮:১-২১ (শিক্ষা অধ্যায় ৫)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (৩ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। সাধাৰণতে কথা-বতৰাত অহা কোনো এটা বাধা কেনেকৈ পাৰ কৰিব পাৰি, তাক দেখুৱাওক। (শিক্ষা অধ্যায় ১২)
পুনৰ সাক্ষাৎ: (৪ মি.) আলোচনাৰ বাবে আৰ্হিত দিয়া বিষয়টো ব্যৱহাৰ কৰি কথা-বতৰা আৰম্ভ কৰক। তেওঁক সভাৰ বাবে নিমন্ত্ৰণ কৰক আৰু যিহোৱাৰ সাক্ষীসকলৰ ৰাজ্যগৃহত কি হয়? নামৰ ভিডিঅʼখনৰ বিষয়ে জনাওক (কিন্তু ভিডিঅʼখন নচলাব) আৰু তাৰ ওপৰত আলোচনা কৰক। (শিক্ষা অধ্যায় ৩)
ভাষণ: (৫ মি.) w২০.১০ ১৭ ¶১০-১১—বিষয়: মণ্ডলীৰ ভাই-ভনীসকলৰ লগত বন্ধুত্ব কৰিবলৈ বিদ্যাৰ্থীক উৎসাহিত কৰক। (শিক্ষা অধ্যায় ২০)
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
যিহোৱাৰ বন্ধু হোৱা—আনক সহায় কৰা: (৫ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত সম্ভৱ হʼলে কিছুমান লʼৰা-ছোৱালীক সোধক: লʼৰা-ছোৱালীয়ে আনক কেনেকৈ সহায় কৰিব পাৰে?
আপুনি আনক কেনেকৈ সহায় কৰিব বিচাৰে?
“বেথেলত ভাই-ভনীসকলক শান্ত্বনা দিয়াৰ এক ভাল ব্যৱস্থা”: (১০ মি.) আলোচনা আৰু ভিডিঅʼ।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) এক অনন্ত জীৱন! পাঠ ৩৬
সমাপ্তিৰ মন্তব্য (৩ মি.)
গীত ৩১ আৰু প্ৰাৰ্থনা