ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb23 নৱেম্বৰ পৃষ্ঠা ৬
  • ধন-সম্পত্তিৰে এজন ব্যক্তি ভাল হয় নে নহয় বুলি কʼব নোৱাৰি

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ধন-সম্পত্তিৰে এজন ব্যক্তি ভাল হয় নে নহয় বুলি কʼব নোৱাৰি
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৩
mwb23 নৱেম্বৰ পৃষ্ঠা ৬

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

ধন-সম্পত্তিৰে এজন ব্যক্তি ভাল হয় নে নহয় বুলি কʼব নোৱাৰি

ঈশ্বৰে দুষ্টলোকসকলৰ ধন কাঢ়ি লয় বুলি চোফৰে কʼলে। এইদৰে কৈ ইয়োব দুষ্ট হয় বুলি তেওঁ কʼব বিচাৰিছিল (ইয়ো ২০:৫, ১০, ১৫)

ইয়োবে উত্তৰ দিলে তেনেহʼলে ‘দুষ্টবোৰ কিয় বৃদ্ধি হয়?’ (ইয়ো ২১:৭-৯)

যীচুৰ উদাহৰণে দেখুৱাই যে এজন ভাল ব্যক্তি দুখীয়াও হʼব পাৰে (লূক ৯:৫৮)

এজন ভায়ে এটা দুখীয়া পৰিয়ালক তেওঁলোকৰ ঘৰৰ বাহিৰত বাইবেলৰ এটা পদ পঢ়ি শুনাইছে। পৰিয়ালৰ মুৰব্বীয়ে নিজৰ বাইবেলত চাই আছে আৰু তেওঁৰ পত্নী আৰু লʼৰাই মন দি শুনি আছে।

ধ্যানৰ বাবে প্ৰশ্ন: ‘ভাল ব্যক্তি ধনী বা দুখীয়া যিয়ে নহওক কিয় তেওঁৰ বাবে কি কথা আটাইতকৈ গুৰুত্বপূৰ্ণ?—লূক ১২:২১; w০৭-HI ৮/১ ৩০ ¶১২.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক