ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb24 মাৰ্চ পৃষ্ঠা ৪
  • মাৰ্চ ১১-১৭

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মাৰ্চ ১১-১৭
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৪
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৪
mwb24 মাৰ্চ পৃষ্ঠা ৪

মাৰ্চ ১১-১৭

গীতমালা ১৮

গীত ১৪৮ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

১. ‘যিহোৱা মোৰ উদ্ধাৰকৰ্ত্তাʼ

(১০ মি.)

যিহোৱা শিলা, দুৰ্গ আৰু ঢালৰ দৰে হয় (গীত ১৮:১, ২; w০৯-E ৫/১ ১৪ ¶৪-৫)

যিহোৱাই আমাৰ প্ৰাৰ্থনা শুনে (গীত ১৮:৬; w২২.১১ ৯ ¶৫, w২২.০৭ ২০ ¶১)

যিহোৱাই আমাক সহায় কৰে (গীত ১৮:১৬, ১৭; w২২.০৪ ৩ ¶১)

ছবি: দায়ূদে জুইৰ ওচৰত বহি আছে আৰু যিহোৱাই তেওঁক কেনেকৈ সহায় কৰিলে তাৰ বিষয়ে মনন কৰি আছে। ১. তেওঁ এটা ভালুকৰ লগত যুঁজি আছে। ২. তেওঁ এটা মৰি থকা সিংহৰ ওচৰত আঁঠু কাঢ়ি বহি আছে। ৩. তেওঁৰ হাতত এখন তৰোৱাল আছে আৰু তেওঁ গলিয়াথৰ ওপৰত এখন ভৰি ৰাখিছে, যি মাটিত উবুৰি হৈ পৰি আছে।

কিছুমান পৰিস্থিতিত যিহোৱাই যিদৰে দায়ূদৰ সমস্যা দূৰ কৰিলে ঠিক সেইদৰে আমাৰো সমস্যা দূৰ কৰিব পাৰে। কিন্তু বহু বাৰ তেওঁ সমস্যাৰ পৰা ওলাই আহিবলৈ ʼউপায়‘ দিয়ে অৰ্থাৎ ধৈৰ্য্য ধৰিবলৈ সহায় কৰে।—১কৰি ১০:১৩

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • গীত ১৮:১০ —যিহোৱাই এটা কৰূবত উঠিছিল বুলি লেখকে কিয় কৈছিল? (it-১-E ৪৩২ ¶২)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

৩. বাইবেল পাঠ

(৪ মি.) গীত ১৮:২০-৩৯ (শিক্ষা অধ্যায় ১০)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. দয়া দেখুৱাওক—যীচুৱে কি কৰিলে

(৭ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক, তাৰ পাছত লোকসকলক প্ৰেম কৰক পাঠ ৩ ভাগ ১-২ আলোচনা কৰক।

৫. দয়া দেখুৱাওক —যীচুৰ দৰে আমি কি কৰিব পাৰোঁ?

(৮ মি.) লোকসকলক প্ৰেম কৰক পাঠ ৩ ভাগ ৩-৫ আৰু “এয়াও চাওক” ভাগৰ পৰা আলোচনা।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত ৬০

৬. মণ্ডলীৰ প্ৰয়োজনীয়তা

(৫ মি.)

৭. সংগঠনে লাভ কৰা সফলতা

(১০ মি.) মাৰ্চ মাহৰ ভিডিঅʼখন দেখুৱাওক।

৮. মণ্ডলীৰ বাইবেল অধ্যয়ন

(৩০ মি.) এক অনন্ত জীৱন! পাঠ ৪৭

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত ৮৬ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক