অধ্যয়ন সংস্কৰণ
জানুৱাৰী ২০২০
অধ্যয়নৰ লেখ: মাৰ্চ ২–এপ্ৰিল ৫, ২০২০
© 2019 Watch Tower Bible and Tract Society of Pennsylvania
২০২০ চনৰ বাৰ্ষিক পাঠ:
‘যোৱা আৰু সকলোকে শিষ্য কৰি বাপ্তাইজ কৰা।’—মথি ২৮:১৯.
এই কিতাপখন বিক্ৰীৰ বাবে নহয়। এই কিতাপখন গোটেই বিশ্বজুৰি হৈ থকা বাইবেল আধাৰিত শিক্ষাৰ এক ভাগ আৰু স্ব-ইচ্ছাৰে দিয়া বৰঙণিৰ দ্বাৰা এই কাৰ্য্য চলোৱা হয়। যদি আপুনি দান-বৰঙণি দিব বিচাৰে, তেনেহ’লে donate.jw.org-লৈ যাওক।
ইয়াত উল্লেখ কৰা শাস্ত্ৰীয় পদসমূহ অসমীয়া ভাষাৰ পবিত্ৰ বাইবেলৰপৰা (O.V.) লোৱা হৈছে। কিন্তু যিবোৰ শাস্ত্ৰপদৰ পাছত NW আছে, সেইবোৰ নিউ ৱৰ্ল্ড ট্ৰানচলেশ্ব্যান্ অৱ দ্য হলি স্ক্ৰিপশ্বাৰচ্ নামৰ ইংৰাজী বাইবেলৰপৰা অনুবাদ কৰা হৈছে। বাইবেলৰ কিছুমান শব্দ জোৰ দিবলৈ হেলনীয়াকৈ লিখা হৈছে।
বেটুপাতৰ ছবি:
যীচুৰ পুনৰুত্থান হোৱাৰ পাছত গালীলত পাঁচনিসকল আৰু আন লোকসকলৰ লগত লগ কৰিছিল আৰু এই বুলি আজ্ঞা দিছিল ‘যোৱা আৰু সকলোকে শিষ্য কৰি বাপ্তাইজ কৰা।’ (অধ্যয়নৰ লেখ ১, অনুচ্ছেদ চাওক ৩-৪)