JW লাইব্ৰেৰী আৰু JW.ORG ৱেবছাইটত উপলব্ধ তথ্য
বাইবেলে জীৱন পৰিৱৰ্তন কৰে
মই মোৰ জীৱনক নিয়ন্ত্ৰণ কৰিব পৰা নাছিলোঁ।
চলোমন আমেৰিকালৈ গৈছিল যাতে তেওঁ ভালদৰে জীৱন অতিবাহিত কৰিব পাৰে। কিন্তু ইয়াৰ পৰিৱৰ্তে তেওঁ ড্ৰাগচ সেৱন কৰিবলৈ আৰম্ভ কৰে আৰু ইয়াৰ বাবে তেওঁ জেল যাবলগীয়া হয়। তেওঁক জীৱন পৰিৱৰ্তন কৰিবলৈ কিহে সহায় কৰিলে?
JW লাইব্ৰেৰীত, প্ৰকাশন > লেখৰ ধাৰাবাহিক > বাইবেলে জীৱন পৰিৱৰ্তন কৰে।
jw.org ৱেবছাইটত, আমাৰ বিষয়ে > অনুভৱ > বাইবেলে জীৱন পৰিৱৰ্তন কৰে।
যুৱক-যুৱতীসকলে সোধা প্ৰশ্নৰ ব্যৱহাৰিক উত্তৰ
যদি মই আনৰ লগত খাপ খোৱাব নোৱাৰোঁ?
যুক্তিসংগত কথা নপতা লোকসকলৰ লগত খাপ খোৱাটো গুৰুত্বপূৰ্ণ হ’ব নে বা তুমি যিদৰে আছা ঠিক সেইদৰে থকাটো উচিত হ’ব?
JW লাইব্ৰেৰীত, প্ৰকাশন > লেখৰ ধাৰাবাহিক > যুৱক-যুৱতীসকলে সোধা প্ৰশ্নৰ ব্যৱহাৰিক উত্তৰ।
jw.org ৱেবছাইটত, বাইবেলৰ শিক্ষা > কিশোৰ-কিশোৰী > যুৱক-যুৱতীসকলে সোধা প্ৰশ্নৰ ব্যৱহাৰিক উত্তৰ।