ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb25 জানুৱাৰী পৃষ্ঠা ৮-৯
  • ফেব্ৰুৱাৰী ৩-৯

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ফেব্ৰুৱাৰী ৩-৯
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৫
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৫
mwb25 জানুৱাৰী পৃষ্ঠা ৮-৯

ফেব্ৰুৱাৰী ৩-৯

গীতমালা ১৪৪-১৪৬

গীত নং ১৪৫ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

১. “যি জাতিৰ ঈশ্বৰ যিহোৱা, সেই জাতি ধন্য”

(১০ মি.)

যিহোৱাই তেওঁৰ ওপৰত ভৰসা কৰা লোকসকলৰ মৰমেৰে যত্ন লয় (গীত ১৪৪:১১-১৫; w১৮.০৪-HI ৩২ ¶২-৩)

আমি নিজৰ আশাৰ বাবে অতি আনন্দিত (গীত ১৪৬:৫, ৭; w২২.১০ ২৮ ¶১৬-১৭)

যি লোকসকলৰ ঈশ্বৰ যিহোৱা হয়, তেওঁলোক সদায় কালৰ বাবে আনন্দিত থাকিব (গীত ১৪৬:১০; w১৮.০১-HI ২৬ ¶১৯-২০)

বেলেগ বেলেগ বয়স আৰু সংস্কৃতিৰ হাঁহি থকা ভাই-ভনীসকলৰ ছবি।

যেতিয়া বিশ্বাসী হৈ যিহোৱাৰ উপাসনা কৰোঁ তেতিয়া সমস্যা সত্ত্বেও আমি আনন্দিত হৈ থাকিব পাৰোঁ

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • গীত ১৪৫:১৫, ১৬—এই পদৰ পৰা আমি কি শিকিব পাৰোঁ? (w২৪.০৯ ২৭ ¶৬)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?

৩. বাইবেল পাঠ

(৪ মি.) গীত ১৪৪:১-১৫ (শিক্ষা অধ্যায় ১১)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. কথা-বতৰা আৰম্ভ কৰক

(৪ মি.) ঘৰে-ঘৰে প্ৰচাৰ। ব্যক্তিজনে কয় যে তেওঁ ইউনিভাৰ্চিটিত পঢ়ে। (লোকসকলক প্ৰেম কৰক পাঠ ১ ভাগ ৫)

৫. পুনৰ লগ কৰক

(৪ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। শিক্ষাদানৰ সজুলি বাকচৰ পৰা কোনো এখন ভিডিঅʼ দেখুৱাওক। (লোকসকলক প্ৰেম কৰক পাঠ ৭ ভাগ ৪)

৬. ভাষণ

(৪ মি.) লোকসকলক প্ৰেম কৰক আন কিছুমান পৰামৰ্শ ক ভাগ ৭—বিষয়: পত্নীয়ে নিজৰ স্বামীক সন্মান কৰা উচিত। (শিক্ষা অধ্যায় ১)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত নং ৫৯

৭. আপুনি আনন্দিত হৈ থকাটো যিহোৱাই বিচাৰে

(১০ মি.) আলোচনা।

যিহোৱা আনন্দিত ঈশ্বৰ হয়। (১তীম ১:১১) তেওঁ আমাক বহুত প্ৰেম কৰে আৰু আমি আনন্দিত হৈ থকাটো বিচাৰে। সেইবাবে তেওঁ আমাক বহুত ভাল ভাল উপহাৰ দিছে। (উপ ৩:১২, ১৩) তাৰে মাজৰ দুটা হৈছে, বিভিন্ন ধৰণৰ সোৱাদ লগা আহাৰ আৰু বেলেগ বেলেগ মাত শুনা দক্ষতা।

কিছুমান বন্ধু জুই জ্বলাই বাহিৰত বহি আছে। তেওঁলোকৰ মাজৰ এজনে গীটাৰ বজাই আছে।

সৃষ্টিৰ পৰা জানিব পাৰি যে আপুনি আনন্দিত হৈ থকাটো যিহোৱাই বিচাৰে—সোৱাদ লগা আহাৰ আৰু বিভিন্ন ধৰণৰ মাত ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্ন সোধক:

  • যিহোৱাই আমাক সোৱাদ লগা আহাৰ আৰু মাত শুনাৰ যি উপহাৰ দিছে, তাৰ পৰা আপোনাৰ কেনেকৈ বিশ্বাস হয় যে আপুনি আনন্দিত হৈ থকাটো তেওঁ বিচাৰে?

গীতমালা ৩২:৮ পঢ়ক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্ন সোধক:

  • আপুনি আনন্দিত হৈ থকাটো যিহোৱাই বিচাৰে, এয়া জানি আপুনি বাইবেল আৰু তেওঁৰ সংগঠনে দিয়া পৰামৰ্শ পালন কৰিবলৈ কেনেকৈ উৎসাহিত হয়?

৮. মণ্ডলীৰ প্ৰয়োজনীয়তা

(৫ মি.)

৯. মণ্ডলীৰ বাইবেল অধ্যয়ন

(৩০ মি.) w২১.১১ ৯-১১ ¶৯-১৪

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত নং ৮৫ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক