ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb25 জানুৱাৰী পৃষ্ঠা ১৪-১৫
  • ফেব্ৰুৱাৰী ২৪–মাৰ্চ ২

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ফেব্ৰুৱাৰী ২৪–মাৰ্চ ২
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৫
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০২৫
mwb25 জানুৱাৰী পৃষ্ঠা ১৪-১৫

ফেব্ৰুৱাৰী ২৪–মাৰ্চ ২

হিতোপদেশ ২

গীত নং ৩৫ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

১. আমি কিয় সম্পূৰ্ণ মনেৰে অধ্যায়ন কৰা উচিত?

(১০ মি.)

সত্য আমাৰ কাৰণে কিমান মূল্যবান এইদৰে আমি দেখুৱাব পাৰোঁ (হিতো ২:৩, ৪; w২২.০৮ ১৮-১৯ ¶১৬)

এইদৰে আমি সঠিক নিৰ্ণয় লʼব পাৰিম (হিতো ২:৫-৭; w২২.১০ ১৯ ¶৩-৪)

এইদৰে আমাৰ বিশ্বাস মজবুত হʼব (হিতো ২:১১, ১২; w১৬.০৯-HI ২৩-২৪ ¶২-৩)

এজন ইস্ৰায়েলীয়ে গুহাত গাঁতীয়াৰে গাঁত খান্দি আছে।

নিজকে সোধক, ‘মই কেনেকৈ আৰু ভালদৰে আৰু নিয়মীয়াকৈ ব্যক্তিগত অধ্যয়ন কৰিব পাৰোঁ?’

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • হিতো ২:৪-৬—অধ্যয়ন কৰাৰ কোনটো পদ্ধতি আপুনি ভাল পায়? (w২২.০৮ ১৮-১৯ ¶১৬)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?

৩. বাইবেল পাঠ

(৪ মি.) হিতো ২:১-২২ (শিক্ষা অধ্যায় ১২)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. কথা-বতৰা আৰম্ভ কৰক

(৪ মি.) ঘৰে-ঘৰে প্ৰচাৰ। গৃহস্থক jw.org-ত বিবাহিত দম্পতীসকলৰ বাবে দিয়া ভাল পৰামৰ্শ কেনেকৈ বিচাৰিব পাৰে তাৰ বিষয়ে জনাওক। (লোকসকলক প্ৰেম কৰক পাঠ ১ ভাগ ৩)

৫. পুনৰ লগ কৰক

(৩ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। যোৱাবাৰ গৃহস্থই যি বিষয়ত আগ্ৰহ দেখুৱাইছিল, সেই বিষয়তে এখন পত্ৰিকা দেখুৱাওক। (লোকসকলক প্ৰেম কৰক পাঠ ৯ ভাগ ৩)

৬. ভাষণ

(৫ মি.) লোকসকলক প্ৰেম কৰক আন কিছুমান পৰামৰ্শ ক ভাগ ৮—বিষয়: স্বামী আৰু স্ত্ৰীয়ে এজনে-আনজনৰ বিশ্বাসী হৈ থকা উচিত। (শিক্ষা অধ্যায় ১৩)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত নং ৯৬

৭. লʼৰা-ছোৱালীসকল, আপোনালোকে লুকাই থকা ৰত্ন উলিয়াব বিচাৰে নে?

(১৫ মি.) আলোচনা।

পৃথিৱীৰ আটাইতকৈ বহুমূল্য ৰত্ন হৈছে, যিহোৱাৰ বিষয়ে জনা। এয়া আমি কেৱল বাইবেলত হে পাম। (হিতো ২:৪, ৫) সেইবাবে লʼৰা-ছোৱালীসকল, ইয়াক বিচাৰিবলৈ আপুনি নিয়মীয়াকৈ বাইবেল পঢ়িব লাগিব আৰু যি পঢ়ে, তাৰ বিষয়ে অনুসন্ধান কৰিব লাগিব। এইদৰে কৰিলে আপুনি বহুত কিছু শিকিব পাৰিব আৰু আপোনাৰ ভাল লাগিব।

  • বাইবেল পঢ়াৰ সময়ত আপুনি নিজকে কি কি প্ৰশ্ন সুধিব পাৰে? (w২৪.০২ ৩২ ¶২-৩)

  • প্ৰশ্নবোৰৰ উত্তৰ আপুনি কʼত বিচাৰিব পাৰে?

এজন সৰু লʼৰাই অনুসন্ধানকাৰীসকলৰ দৰে কাপোৰ পিন্ধি উৎসাহেৰে ৰত্নেৰে ভৰা এখন বাকচ খুলি আছে।

যিহোৱাৰ বন্ধুসকলৰ পৰা শিকক ভাগত দিয়া ভিডিঅʼ পৰা আপুনি শিকিব পাৰে যে আপুনি বাইবেলত যি পঢ়ে তাৰ ওপৰত কেনেকৈ মনন কৰিব পাৰে।

এজন ডেকা ভায়ে ব্যক্তিগত বাইবেল অধ্যয়ন কৰি আছে। তেওঁৰ টেবুলত “ইয়াক সৃষ্টি কৰা হৈছিল নেকি?” নামৰ ব্ৰচাৰ আছে।

যিহোৱাৰ বন্ধুসকলৰ পৰা শিকক —হেবল ভিডিঅʼখন দেখুৱাওক।

আদিপুস্তক ৪:২-৪; ইব্ৰী ১১:৪ পঢ়ক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক:

  • হেবলে কেনেকৈ দেখুৱালে যে তেওঁ যিহোৱাৰ বন্ধু হয়?

  • যিহোৱাৰ ওপৰত নিজৰ বিশ্বাস বঢ়াবলৈ হেবলে কি কৰিলে?

  • যিহোৱাৰ ওপৰত নিজৰ বিশ্বাস বঢ়াবলৈ আপুনি কি কৰিব পাৰে?

উপায়

যেতিয়া আপুনি বাইবেলত কোনো ব্যক্তি, ঠাই বা বস্তুবোৰৰ বিষয়ে পঢ়ে তেতিয়া তাৰ বিষয়ে অনুসন্ধান কৰক। যদিও আপুনি সেই বিষয়ে ভালদৰে জানে তথাপিও সেই বিষয়ে অনুসন্ধান কৰক। এইদৰে কৰিলে আপোনাৰ ভাল লাগিব।

৮. মণ্ডলীৰ বাইবেল অধ্যয়ন

(৩০ মি.) w২১.১১ ১৬-১৮ ¶৮-১৩

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত নং ১০২ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক