ডিচেম্বৰ ১৫-২১
যিচয়া ৯-১০
গীত নং ৭৭ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)
১. ‘উজ্বল পোহৰৰ’ ভৱিষ্যবাণী
(১০ মি.)
ভৱিষ্যবাণীৰ অনুসৰি, গালীলত ‘উজ্বল পোহৰ’ প্ৰকাশিত হʼল (যিচ ৯:১, ২; মথি ৪:১২-১৬; ip-১-HI ১২৫-১২৬ ¶১৬-১৭)
বহুতো লোকে এই উজ্বল পোহৰ দেখি পদক্ষেপ লয় আৰু আনন্দ কৰে (যিচ ৯:৩; ip-১-HI ১২৮ ¶১৮-১৯)
এই উজ্বল পোহৰৰ প্ৰভাৱ সদায় থাকিব (যিচ ৯:৪, ৫; ip-১-HI ১২৮-১২৯ ¶২০-২১)
২. আধ্যাত্মিক ৰত্ন বিচাৰক
(১০ মি.)
যিচ ৯:৬—যীচুক কিয় “অনন্তকালস্থায়ী পিতৃ” বুলি কোৱা হয়? (w২১.০৪ ১৪ ¶১-২)
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?
৩. বাইবেল পাঠ
(৪ মি.) যিচ ১০:১-১৪ (শিক্ষা অধ্যায় ১১)
৪. কথা-বতৰা আৰম্ভ কৰক
(৩ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। গৃহস্থ আন ধৰ্মৰ হয়। (লোকসকলক প্ৰেম কৰক পাঠ ১ ভাগ ৪)
৫. পুনৰ লগ কৰক
(৪ মি.) ঘৰে-ঘৰে প্ৰচাৰ। যোৱাবাৰ গৃহস্থক আপুনি যি ট্ৰেক্ট দিছিল তাৰ ওপৰতে কথা-বতৰা আগবঢ়াওক। (লোকসকলক প্ৰেম কৰক পাঠ ৯ ভাগ ৩)
৬. আপুনি কি বিশ্বাস কৰে বুজাওক
(৫ মি.) প্ৰদৰ্শন। ijwfq-HI লেখ ৩৫—বিষয়: নিজৰ বিশ্বাস প্ৰমাণ কৰিবলৈ, যিহোৱাৰ সাক্ষীসকলে বাইবেলত সাল-সলনি কৰিছেনে? (শিক্ষা অধ্যায় ১২)
গীত নং ৯৫
৭. পোহৰৰ উজ্বলতা বাঢ়ি গৈ আছে
(৫ মি.) আলোচনা।
যিহোৱাৰ সংগঠন একেৰাহে আগবাঢ়ি গৈ আছে। আপুনিও আগবাঢ়ি গৈ আছেনে? মন কৰক, যিহোৱাৰ সংগঠন কোন তিনিটা ক্ষেত্ৰত আগবাঢ়ি গৈ আছে আৰু ইয়াৰ কি কি লাভ হৈছে।
সংগঠনে বাইবেলৰ সত্যতাৰ বিষয়ে যি জ্ঞান লাভ কৰিলে, ইয়াৰ এটা উদাহৰণ দিয়ক। ইয়াৰ পৰা আমাৰ কি লাভ হৈছে সেয়াও লিখক।—হিতো ৪:১৮.
আজি আমি প্ৰভাৱশালী ৰূপে কেনেকৈ প্ৰচাৰ কৰি আছোঁ, ইয়াৰ এটা উদাহৰণ লিখক। যীচুৱে দিয়া কাম আমি কেনেকৈ পূৰ কৰি আছোঁ, সেয়াও লিখক।—মথি ২৮:১৯, ২০.
সংগঠনে নিজৰ কাম কৰাত যি সাল-সলনি কৰিছে, ইয়াৰ এটা উদাহৰণ লিখক। ইয়াৰ পৰা আমি কি আশীবাৰ্দ লাভ কৰিছোঁ, সেয়াও লিখক।—যিচ ৬০:১৭.
৮. সংগঠনে লাভ কৰা সফলতা
(১০ মি.) ডিচেম্বৰ মাহৰ ভিডিঅʼখন দেখুৱাওক।
৯. মণ্ডলীৰ বাইবেল অধ্যয়ন
(৩০ মি.) বাইবেলৰ পৰা শিকোঁ ভাগ ৮-ত কি শিকিম আৰু পাঠ ৪৪-৪৫