JW লাইব্ৰেৰী আৰু JW.ORG ৱেবছাইটত উপলব্ধ তথ্য
তেওঁলোকৰ বিশ্বাসৰ উদাহৰণ অনুকৰণ কৰক
যিহোৱাই তেওঁৰ মনক শান্ত্বনা দিলে
যদি আমি ইয়োবৰ দৰে যিহোৱাৰ বিশ্বাসী হৈ থাকোঁ, তেনেহʼলে তেওঁ আনন্দিত হʼব আৰু চয়তানৰ চেষ্টা বিফল হʼব।
JW লাইব্ৰেৰীত, প্ৰকাশন > লেখৰ ধাৰাবাহিক > তেওঁলোকৰ বিশ্বাসৰ উদাহৰণ অনুকৰণ কৰক ভাগলৈ যাওক।
jw.org ৱেবছাইটত, বাইবেলৰ শিক্ষা > ঈশ্বৰৰ ওপৰত বিশ্বাস > তেওঁলোকৰ বিশ্বাসৰ উদাহৰণ অনুকৰণ কৰক ভাগলৈ যাওক।
পৰিয়ালৰ বাবে সহায়
ধৈৰ্য্য ধৰিবলৈ কেনেকৈ শিকিব পাৰোঁ?
যেতিয়া এজন লʼৰা আৰু ছোৱালীয়ে বিয়া কৰে, তেতিয়া তেওঁলোকৰ মাজত মনোমালিন্য হয়। কিয়নো অসিদ্ধ হোৱাৰ বাবে দুয়োজনৰে দুৰ্বলতা থাকে। যদি তেওঁলোকে ধৈৰ্য্য ধৰিবলৈ শিকে, তেনেহʼলে তেওঁলোকে এজনে-আনজনক খং কৰাৰ পৰিৱৰ্তে আনন্দেৰে থাকিব।
JW লাইব্ৰেৰীত, প্ৰকাশন > লেখৰ ধাৰাবাহিক > পৰিয়ালৰ বাবে সহায় ভাগলৈ যাওক।
jw.org ৱেবছাইটত, বাইবেলৰ শিক্ষা > বিবাহ আৰু পৰিয়াল > বিবাহ ভাগলৈ যাওক।