ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w20 ডিচেম্বৰ পৃষ্ঠা ১-৩২
  • অধ্যয়ন সংস্কৰণ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • অধ্যয়ন সংস্কৰণ
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
w20 ডিচেম্বৰ পৃষ্ঠা ১-৩২
প্ৰহৰীদুৰ্গ অধ্যয়নৰ লেখ, ডিচেম্বৰ ২০২০.

অধ্যয়ন সংস্কৰণ

ডিচেম্বৰ ২০২০

অধ্যয়নৰ লেখ: ফেব্ৰুৱাৰী ১-২৮, ২০২১

© 2020 Watch Tower Bible and Tract Society of Pennsylvania

এই কিতাপখন বিক্ৰীৰ বাবে নহয়। এই কিতাপখন গোটেই বিশ্বজুৰি হৈ থকা বাইবেল আধাৰিত শিক্ষাৰ এক ভাগ আৰু স্ব-ইচ্ছাৰে দিয়া বৰঙণিৰ দ্বাৰা এই কাৰ্য্য চলোৱা হয়। যদি আপুনি দান-বৰঙণি দিব বিচাৰে, তেনেহ’লে donate.jw.org-লৈ যাওক।

ইয়াত উল্লেখ কৰা শাস্ত্ৰীয় পদসমূহ অসমীয়া ভাষাৰ পবিত্ৰ বাইবেলৰপৰা (O.V.) লোৱা হৈছে। কিন্তু যিবোৰ শাস্ত্ৰপদৰ পাছত NW আছে, সেইবোৰ নিউ ৱৰ্ল্ড ট্ৰানচলেশ্ব্যান্‌ অৱ দ্য হলি স্ক্ৰিপশ্বাৰচ্‌ নামৰ ইংৰাজী বাইবেলৰপৰা অনুবাদ কৰা হৈছে। বাইবেলৰ কিছুমান শব্দ জোৰ দিবলৈ হেলনীয়াকৈ লিখা হৈছে।

ছবিৰ বিষয়ে:

আমাৰ কাম নিষেধ কৰা দেশত এটা খ্ৰীষ্টান পৰিয়ালে বাস কৰে। তথাপি এই পৰিয়ালে যিহোৱাৰ সেৱা কৰি থাকে। কিয়নো তেওঁলোকৰ সম্পূৰ্ণ বিশ্বাস আছে যে নতুন পৃথিৱীত যিহোৱাই তেওঁলোকক এনে জীৱন দিব, যি বৰ্তমান সময়তকৈ বহুগুণে ভাল হʼব। (অধ্যয়নৰ লেখ ৫০, অনুচ্ছেদ ৪ চাওক)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক