JW লাইব্ৰেৰী আৰু JW.ORG ৱেবছাইটত উপলব্ধ তথ্য
অনুভৱ
এজন পাদুৰি আৰু তেওঁৰ পত্নীৰ মৃত্যুৰ বিষয়ে কিছুমান প্ৰশ্ন আছিল, কিয়নো তেওঁলোকৰ পুত্ৰৰ মৃত্যু হৈছিল আৰু তেওঁলোক বৰ নিৰাশত আছিল। তেওঁলোকে নিজৰ প্ৰশ্নৰ উত্তৰ কেনেকৈ পালে আৰু কেনেকৈ সান্ত্বনা লাভ কৰিলে, তাৰ বিষয়ে জানক।
JW লাইব্ৰেৰীত, প্ৰকাশন > লেখৰ ধাৰাবাহিক > অনুভৱ ভাগলৈ যাওক।
jw.org ৱেবছাইটত, লাইব্ৰেৰী > লেখৰ ধাৰাবাহিক > যিহোৱাৰ সাক্ষীসকলৰ অনুভৱ ভাগলৈ যাওক।
পবিত্ৰ শাস্ত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ
‘চকুৰ সলনি চকু’ এই নিয়মটো কিয় দিয়া হৈছিল?
যদি কিবা অন্যায় হয়, তেনেহʼলে লোকসকলে গোট বনাই অন্যায়ৰ প্ৰতিশোধ লʼবলৈ এই নিয়মে অনুমতি দিছিল নেকি?
JW লাইব্ৰেৰী, প্ৰকাশন > লেখৰ ধাৰাবাহিক > পবিত্ৰ শাস্ত্ৰৰ লগত জড়িত থকা প্ৰশ্নৰবোৰৰ উত্তৰ ভাগলৈ যাওক।
jw.org ৱেবছাইট, লাইব্ৰেৰী > লেখৰ ধাৰাবাহিক > পবিত্ৰ শাস্ত্ৰৰ লগত জড়িত থকা প্ৰশ্নবোৰৰ উত্তৰ ভাগলৈ যাওক।