অধ্যয়নৰ লেখ
জুলাই ২০২১
অধ্যয়নৰ লেখ: আগষ্ট ৩০–চেপ্টেম্বৰ ২৬, ২০২১
© 2021 Watch Tower Bible and Tract Society of Pennsylvania
এই কিতাপখন বিক্ৰীৰ বাবে নহয়। এই কিতাপখন গোটেই বিশ্বজুৰি হৈ থকা বাইবেল আধাৰিত শিক্ষাৰ একে ভাগ আৰু স্ব-ইচ্ছাৰে দিয়া বৰঙণিৰ দ্বাৰা এই কাৰ্য্য চলোৱা হয়। যদি আপুনি দান-বৰঙণি দিব বিচাৰে, তেনেহ’লে donate.jw.orgলৈ যাওক।
ইয়াত উল্লেখ কৰা শাস্ত্ৰীয় পদসমূহ অসমীয়া ভাষাৰ পবিত্ৰ বাইবেলৰপৰা (O.V.) লোৱা হৈছে। কিন্তু যিবোৰ শাস্ত্ৰপদৰ পাছত NW আছে, সেইবোৰ নিউ ৱৰ্ল্ড ট্ৰানচলেশ্ব্যান্ অৱ দ্য হলি স্ক্ৰিপশ্বাৰচ্ নামৰ ইংৰাজী বাইবেলৰপৰা অনুবাদ কৰা হৈছে। বাইবেলৰ কিছুমান শব্দ জোৰ দিবলৈ হেলনীয়াকৈ লিখা হৈছে।
বেটুপাতৰ ছবি:
যীচুৰ শিষ্যসকল তেওঁৰ কাষত চাপি আহিছিল কিয়নো তেওঁ কেতিয়াও নিজকে শিষ্যসকলতকৈ ডাঙৰ বুলি ভবা নাছিল। তেওঁ নিজৰ বন্ধুসকলৰ লগত সংগতিৰ আনন্দ লৈছে। (অধ্যয়নৰ লেখ ২৯, অনুচ্ছেদ ১২ চাওক)