অধ্যয়নৰ লেখ
চেপ্টেম্বৰ ২০২১
অধ্যয়নৰ লেখ: নৱেম্বৰ ১–ডিচেম্বৰ ৫, ২০২১
© 2021 Watch Tower Bible and Tract Society of Pennsylvania
এই কিতাপখন বিক্ৰীৰ বাবে নহয়। এই কিতাপখন গোটেই বিশ্বজুৰি হৈ থকা বাইবেল আধাৰিত শিক্ষাৰ এক ভাগ আৰু স্ব-ইচ্ছাৰে দিয়া বৰঙণিৰ দ্বাৰা এই কাৰ্য্য চলোৱা হয়। যদি আপুনি দান-বৰঙণি দিব বিচাৰে, তেনেহ’লে donate.jw.orgলৈ যাওক।
ইয়াত উল্লেখ কৰা শাস্ত্ৰীয় পদসমূহ অসমীয়া ভাষাৰ পবিত্ৰ বাইবেলৰপৰা (O.V.) লোৱা হৈছে। কিন্তু যিবোৰ শাস্ত্ৰপদৰ পাছত NW আছে, সেইবোৰ নিউ ৱৰ্ল্ড ট্ৰানচলেশ্ব্যা অৱ দ্য হলি স্ক্ৰিপশ্বাৰঢ্ নামৰ ইংৰাজী বাইবেলৰপৰা অনুবাদ কৰা হৈছে। বাইবেলৰ কিছুমান শব্দ জোৰ দিবলৈ হেলনীয়াকৈ লিখা হৈছে।
বেটুপাতৰ ছবি:
ঈশ্বৰৰ লোকসকলে গোটেই পৃথিৱীত ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে প্ৰচাৰ কৰিবলৈ আনন্দেৰে ভাগ লৈছে (অধ্যয়নৰ লেখ ৩৭, অনুচ্ছেদ ১৩ চাওক)