অধ্যয়নৰ লেখ
নৱেম্বৰ ২০২১
অধ্যয়নৰ লেখ: জানুৱাৰী ৩-৩০, ২০২২
© 2021 Watch Tower Bible and Tract Society of Pennsylvania
এই কিতাপখন বিক্ৰীৰ বাবে নহয়। এই কিতাপখন গোটেই বিশ্বজুৰি হৈ থকা বাইবেল আধাৰিত শিক্ষাৰ এক ভাগ আৰু স্ব-ইচ্ছাৰে দিয়া বৰঙণিৰ দ্বাৰা এই কাৰ্য্য চলোৱা হয়। যদি আপুনি দান-বৰঙণি দিব বিচাৰে, তেনেহ’লে donate.jw.orgলৈ যাওক।
ইয়াত উল্লেখ কৰা শাস্ত্ৰীয় পদসমূহ অসমীয়া ভাষাৰ পবিত্ৰ বাইবেলৰপৰা (O.V.) লোৱা হৈছে। কিন্তু যিবোৰ শাস্ত্ৰপদৰ পাছত NW আছে, সেইবোৰ নিউ ৱৰ্ল্ড ট্ৰানচলেশ্ব্যান্ অৱ দ্য হলি স্ক্ৰিপশ্বাৰচ্ নামৰ ইংৰাজী বাইবেলৰপৰা অনুবাদ কৰা হৈছে। বাইবেলৰ কিছুমান শব্দ জোৰ দিবলৈ হেলনীয়াকৈ লিখা হৈছে।
বেটুপাতৰ ছবি:
অৰ্পাই মোৱাবলৈ উভতি গৈছে কিন্তু ৰূথে তাইৰ শাহু নয়মীক এৰি দিয়া নাই আৰু তাই এইদৰে কৈছে, “আপুনি য’লৈকে যাই, মইও তʼলৈকে যাম।” (অধ্যয়নৰ লেখ ৪৫, অনুচ্ছেদ ১৩)