অধ্যয়নৰ লেখ
ফেব্ৰুৱাৰী ২০২২
অধ্যয়নৰ লেখ এপ্ৰিল ৪–মেʼ ১, ২০২২
© 2021 Watch Tower Bible and Tract Society of Pennsylvania
এই কিতাপখন বিক্ৰীৰ বাবে নহয়। এই কিতাপখন গোটেই বিশ্বজুৰি হৈ থকা বাইবেল আধাৰিত শিক্ষাৰ এক ভাগ আৰু স্ব-ইচ্ছাৰে দিয়া বৰঙণিৰ দ্বাৰা এই কাৰ্য্য চলোৱা হয়। যদি আপুনি দান-বৰঙণি দিব বিচাৰে, তেনেহ’লে donate.jw.org লৈ যাওক।
ইয়াত উল্লেখ কৰা শাস্ত্ৰীয় পদসমূহ অসমীয়া ভাষাৰ পবিত্ৰ বাইবেলৰপৰা (O.V.) লোৱা হৈছে। কিন্তু যিবোৰ শাস্ত্ৰপদৰ পাছত NW আছে, সেইবোৰ নিউ ৱৰ্ল্ড ট্ৰানচলেশ্ব্যান্ অৱ দ্য হলি স্ক্ৰিপশ্বাৰচ্ নামৰ ইংৰাজী বাইবেলৰপৰা অনুবাদ কৰা হৈছে। বাইবেলৰ কিছুমান শব্দ জোৰ দিবলৈ হেলনীয়াকৈ লিখা হৈছে।
বেটুপাতৰ ছবি:
যিহূদিয়াৰ খ্ৰীষ্টানসকলে যৰ্দন নদী পাৰ হৈ পেল্লা চহৰলৈ পলাই গৈছিল। যিসকল লোকে সেই চহৰখনত আগতে উপস্থিত হৈছিল, তেওঁলোকে অলপতে অহা খ্ৰীষ্টানসকলক খাদ্য সামগ্ৰী বিতৰণ কৰি আছে (অধ্যয়নৰ লেখ ৯, অনুচ্ছেদ ১৩ চাওক)