JW লাইব্ৰেৰী আৰু JW.ORG ৱেবছাইটত উপলব্ধ তথ্য
আপুনি দিয়া দান কেনেকৈ ব্যৱহাৰ কৰা হয়
দুৰ্য্যোগৰ আক্ৰান্ত হোৱা লোকক সাহাৰ্য্য আগবঢ়োৱা
২০২০ চনৰ সেৱা বছৰত, আমাৰ লাখ লাখ ভাই-ভনীয়ে মহামাৰী আৰু প্ৰাকৃতিক দুৰ্যোগৰ দ্বাৰা প্ৰভাৱিত হৈছিল। আমি তেওঁলোকক সহায় কৰিবলৈ কি কৰিছিলোঁ?
JW লাইব্ৰেৰীত, প্ৰকাশন > লেখৰ ধাৰাবাহিক > আপুনি দিয়া দান কেনেকৈ ব্যৱহাৰ কৰা হয় ভাগলৈ যাওক।
jw.org ৱেবছাইটত, লাইব্ৰেৰী > লেখৰ ধাৰাবাহিক > আপুনি দিয়া দান কেনেকৈ ব্যৱহাৰ কৰা হয় ভাগলৈ যাওক।
পৰিয়ালৰ বাবে সহায়
একেখন ঘৰত থকাৰ সত্ত্বেও স্বামী আৰু পত্নীৰ মাজত কথা-বতৰা নহʼব পাৰে। এহাল দম্পতীয়ে কেনেকৈ নিজৰ সময় ভালদৰে ব্যৱহাৰ কৰিব পাৰে?
JW লাইব্ৰেৰীত, প্ৰকাশন > লেখৰ ধাৰাবাহিক > পৰিয়ালৰ বাবে সহায় ভাগলৈ যাওক।
jw.org ৱেবছাইটত, লাইব্ৰেৰী > লেখৰ ধাৰাবাহিক > পৰিয়ালৰ বাবে সহায় ভাগলৈ যাওক।