JW লাইব্ৰেৰী আৰু JW.ORG ৱেবছাইটত উপলব্ধ তথ্য
যিহোৱাৰ সাক্ষীসকলৰ অনুভৱ
হস্পিতালৰ কৰ্মীসকলেশান্ত্বনা পালে
কʼভিড-১৯ মহামাৰীৰ সময়ছোৱাত এখন হস্পিতালৰ নাৰ্চ আৰু কৰ্মচাৰীসকলে কেনেদৰে শান্ত্বনা লাভ কৰিলে?
কিশোৰ-কিশোৰীসকলে সোধা প্ৰশ্ন
চʼচিয়েল মিডিয়াত বেছি ফলʼৱাৰ আৰু লাইক পোৱাটো গুৰুত্বপূৰ্ণ নে?
কিছুমান লোকে কেৱল বেছি ফলʼৱাৰ আৰু লাইক পাবলৈ তেওঁলোকৰ জীৱন বিপদত পেলায়। কিন্তু এইদৰে কৰাটো বুদ্ধিমতাৰ কাম হয়নে?
আপুনি দিয়া দান কেনেকৈ ব্যৱহাৰ কৰা হয়
দূৰৱৰ্তী অনুবাদ কাৰ্যালয়ৰ পৰা লাখ লাখ লোকে লাভৱান হৈছে
আহক চাওঁ যে দূৰৱৰ্তী অনুবাদ কাৰ্যালয়টো সঠিক ঠাইত হোৱাটো কিয় গুৰুত্বপূৰ্ণ।