JW লাইব্ৰেৰী আৰু JW.ORG ৱেবছাইটত উপলব্ধ তথ্য
যিহোৱাৰ সাক্ষীসকলৰ অনুভৱ
মেডিয়ান আৰু মাৰচেলাই বহুত বস্তুবোৰ কিনিছিল আৰু ধাৰো লৈছিল। কিন্তু ইয়াৰ পৰা তেওঁলোকে আনন্দত থকাৰ পৰিৱৰ্তে আৰু হতাশাত থাকিছিল। যেতিয়া তেওঁলোকে আনক ঈশ্বৰৰ বিষয়ে শিকাবলৈ ধৰিলে, তেতিয়া তেওঁলোকে বহুত আনন্দত থাকিব ধৰিলে।
আৰু কিছুমান বিষয়
প্ৰাকৃতিক দুৰ্যোগৰ কেনেকৈ সন্মুখীন হʼব পাৰি?
বাইবেলত দিয়া পৰামৰ্শ পালন কৰিলে আপুনি প্ৰাকৃতিক দুৰ্যোগৰ বাবে সাজু হʼব পাৰিব আৰু প্ৰাকৃতিক দুৰ্যোগ আহিলেও, তাৰ সন্মুখীন হʼব পাৰিব।
পৰিয়ালৰ বাবে সহায়
ডে কেয়াৰৰ বিষয়ে মা-দেউতাই কি জনাৰ প্ৰয়োজন
যদি আপুনি সন্তানক ডে কেয়াৰত ভৰ্তি কৰিবলৈ চিন্তা কৰি আছে, তেনেহʼলে তাৰ পৰা কি লোকচান হʼব পাৰে, তাৰ বিষয়ে চিন্তা কৰক। এই লেখত কিছুমান প্ৰশ্ন দিয়া হৈছে, যাৰ ওপৰত আপুনি মন দিলে সঠিক নিৰ্ণয় লʼব পাৰিব।