JW লাইব্ৰেৰী আৰু JW.ORG ৱেবছাইটত উপলব্ধ তথ্য
আপুনি দিয়া দান কেনেকৈ ব্যৱহাৰ কৰা হয়
গোটেই পৃথিৱীত হোৱা মহামাৰীৰ সময়ছোৱাত সকলোকে সহায় আগবঢ়োৱা হʼল
আমাৰ সংগঠনে কভিডʼ ১৯ মহামাৰীৰ সময়ছোৱাত লোকসকলক যিদৰে সহায় কৰিলে, সেয়া দেখি আমাৰ ভাই-ভনীৰ লগতে আন লোকসকলৰো হৃদয় চুই গʼল।
আন কিছুমান বিষয়
ধনী আৰু দুখীয়াৰ মাজত থকা দূৰত্ব কেতিয়াবা শেষ হʼবনে?
আজি চৰকাৰে মানুহৰ প্ৰয়োজনীয়তাবোৰ পূৰ কৰিবলৈ সফল হোৱা নাই। ধনীসকলে আৰু বেছিকৈ ধনী হৈছে আৰু দুখীয়া বেছিকৈ দুখীয়া হৈ পৰিছে। ঈশ্বৰে এই সমস্যাৰ সমাধান কেনেকৈ কৰিব, তাৰ বিষয়ে বাইবেলত কোৱা আছে।
কিশোৰ-কিশোৰীসকলে সোধা প্ৰশ্ন
বাইবেলে মোক কেনেকৈ সহায় কৰিব পাৰে?— ভাগ ১: বাইবেল পঢ়িবলৈ আৰম্ভ কৰক
যদি আপুনি ধনৰ এটা ডাঙৰ বাকচ পায়, তেনেহʼলে তাক খুলি চাবলৈ আপোনাৰ মন নাযাবনে? বাইবেলো বাকচৰ নিচিনা হয়। ইয়াৰ ভিতৰত বহুতো ৰত্ন আছে।