ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w23 জানুৱাৰী পৃষ্ঠা ৩২
  • অধ্যয়ন আনন্দপূৰ্ণ কৰাৰ উপায়

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • অধ্যয়ন আনন্দপূৰ্ণ কৰাৰ উপায়
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • মিল থকা বিষয়
  • অধ্যয়ন আনন্দপূৰ্ণ কৰাৰ উপায়
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
  • যিহোৱাৰ সংগঠনৰ ওপৰত নিজৰ বিশ্বাস বঢ়াই থাকক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৪
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
w23 জানুৱাৰী পৃষ্ঠা ৩২

অধ্যয়ন আনন্দপূৰ্ণ কৰাৰ উপায়

আপুনি ভাই-ভনীসকলৰ জীৱন কাহিনী পঢ়ি ভাল পায়নে?

প্ৰতিদিনে ৰাতিপুৱা এটাকৈ জীৱন কাহিনী পঢ়া এহাল দম্পতীয়ে এইদৰে কৈছে, “এই কাহিনীবোৰ পঢ়ি আমি কিমান আনন্দ আৰু উৎসাহ পাওঁ, ইয়াক ভাষাৰে বুজাব নোৱাৰোঁ। বেলেগ বেলেগ ভাই-ভনীসকলৰ জীৱন কাহিনী পঢ়ি আমি বুজিব পাৰিলোঁ যে যিয়ে সমস্যা নাহক কিয়, আমি যিহোৱাৰ বিশ্বাসী হৈ থাকিব পাৰিম।” আন এজনী ভনীয়ে এইদৰে কৈছে, “এই জীৱন কাহিনীবোৰ বৰ প্ৰভাৱশালী হয়, এইবোৰ পঢ়ি আমি বৰ সাহস আৰু শান্ত্বনা পাওঁ আৰু কিছুমান কাহিনীয়ে আমাৰ মন চুই যায়! যেতিয়া মই চাওঁ যে তেওঁলোকে এটা সঠিক উদ্দেশ্য লৈ জীৱন জীয়াই আছে, তেতিয়া ময়ো যিহোৱাৰ সেৱা বেছিকৈ কৰিবলৈ আৰু নিজৰ লʼৰা-ছোৱালীক সহায় কৰিবলৈ উৎসাহিত হওঁ, যাতে তেওঁলোকে আগলৈ গৈ পূৰ্ণ সময়ৰ সেৱা কৰিব পাৰে।”

জীৱন কাহিনীবোৰ পঢ়ি আপুনি এটা ভাল লক্ষ্য ৰাখিবলৈ, নিজৰ দুৰ্বলতাবোৰ নিয়ন্ত্ৰণ কৰিবলৈ আৰু আনন্দ মনেৰে যিহোৱাৰ সেৱা কৰিবলৈ উৎসাহ লাভ কৰিব পাৰে। আপুনি এই কাহিনীবোৰ কʼত পঢ়িব পাৰিব?

  • jw.org বা JW লাইব্ৰেৰীত “যিহোৱাৰ সাক্ষীসকলৰ জীৱন কাহিনী” নামৰ লেখ পঢ়ক।

  • ওৱাচটাৱাৰ অনলাইন লাইব্ৰেৰী বা ওৱাচটাৱাৰ লাইব্ৰেৰীত “যিহোৱাৰ সাক্ষীসকলৰ জীৱন কাহিনী” অনুসন্ধান কৰক।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক