ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w23 নৱেম্বৰ পৃষ্ঠা ১-৩২
  • অধ্যয়নৰ লেখ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • অধ্যয়নৰ লেখ
  • প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২৩
w23 নৱেম্বৰ পৃষ্ঠা ১-৩২
ইজ্ৰাই মাটিত বহি আন ইস্ৰায়েলীসকলৰ লগত কান্দি আছে। চখনিয়াই তেওঁক থিয় হʼবলৈ সহায় কৰি আছে।

অধ্যয়নৰ লেখ

নবেম্বৰ ২০২৩

অধ্যয়ন লেখ: জানুৱাৰী ৮–ফেব্ৰুৱাৰী ৪, ২০২৪

© 2023 Watch Tower Bible and Tract Society of Pennsylvania

এই কিতাপখন বিক্ৰীৰ বাবে নহয়। এই কিতাপখন গোটেই বিশ্বজুৰি হৈ থকা বাইবেল আধাৰিত শিক্ষাৰ এক ভাগ আৰু স্ব-ইচ্ছাৰে দিয়া বৰঙণিৰ দ্বাৰা এই কাৰ্য্য চলোৱা হয়। যদি আপুনি দান-বৰঙণি দিব বিচাৰে, তেনেহ’লে donate.jw.org লৈ যাওক।

ইয়াত উল্লেখ কৰা শাস্ত্ৰীয় পদসমূহ অসমীয়া ভাষাৰ পবিত্ৰ বাইবেলৰ পৰা (O.V.) লোৱা হৈছে। কিন্তু যিবোৰ শাস্ত্ৰপদৰ পাছত NW আছে, সেইবোৰ নিউ ৱৰ্ল্ড ট্ৰানচলেশ্ব্যান্‌ অৱ দ্য হলি স্ক্ৰিপশ্বাৰচ্‌ নামৰ ইংৰাজী বাইবেলৰ পৰা অনুবাদ কৰা হৈছে। বাইবেলৰ কিছুমান শব্দ জোৰ দিবলৈ হেলনীয়াকৈ লিখা হৈছে।

বেটুপাতৰ ছবি:

লোকসকলে যি পাপ কৰিছে তাৰ বাবে ইজ্ৰাই মন্দিৰত কান্দি আছে আৰু লোকসকলেও কান্দি আছে। পাছত চখনিয়াই ইজ্ৰাৰ উৎসাহ বঢ়াই এইদৰে কʼলে, “ইস্ৰায়েললৈ এতিয়াও আশা আছে . . . আমিও আপোনাৰ সহায় হম।”—ইজ্ৰা ১০:২, ৪ (অধ্যয়নৰ লেখ ৪৮, অনুচ্ছেদ ১৭ চাওক)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক