ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ijwfq প্ৰৱন্ধ ১১
  • যিহোৱাৰ সাক্ষীসকল আমেৰিকাৰ কোনো পন্থী হয় নেকি?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাৰ সাক্ষীসকল আমেৰিকাৰ কোনো পন্থী হয় নেকি?
  • যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে সঘনাই সোধা প্ৰশ্ন
  • মিল থকা বিষয়
  • এক উত্তম নেতৃত্ব আমি ক’ত পাব পাৰোঁ?
    ২০০২ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে সঘনাই সোধা প্ৰশ্ন
ijwfq প্ৰৱন্ধ ১১
বেলেগ বেলেগ দেশৰ কেইজনমান লোক

যিহোৱাৰ সাক্ষীসকল আমেৰিকাৰ কোনো পন্থী হয় নেকি?

আমাৰ মুখ্য কাৰ্য্যালয় আমেৰিকাত আছে। কিন্তু আমি আমেৰিকাৰ কোনো পন্থী নহওঁ। ইয়াৰ কাৰণ তলত উল্লেখ কৰা হৈছে:

  • কিছুমানে কʼব বিচাৰে যে পন্থী হৈছে কোনো এক ধৰ্ম্মৰপৰা ফাটি যোৱা উপ-সম্প্ৰদায়। যিহোৱাৰ সাক্ষীসকল আন কোনো ধৰ্ম্মৰপৰা ফালৰি কাটি বিভক্ত হোৱা নাই। ইয়াৰ পৰিৱৰ্তে, আমি বিশ্বাস কৰোঁ যে প্ৰথম শতিকাৰ খ্ৰীষ্টানসকলে যি শিক্ষা আৰু আদৰ্শ অনুসৰি কাৰ্য্য কৰিছিল, তাক আমি অনুকৰণ কৰোঁ।

  • যিহোৱাৰ সাক্ষীসকলে ২৩০ খনতকৈ বেছি দেশ আৰু দ্বীপপুঞ্জত ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে ঘোষণা কৰি আছে। আমি যʼতেই বাস নকৰো কিয়, আমি আমাৰ আনুগত্য আমেৰিকাৰ চৰকাৰ বা কোনো মানৱ চৰকাৰক দিয়াৰ পৰিৱৰ্তে, কেৱল যিহোৱা ঈশ্বৰ আৰু যীচু খ্ৰীষ্টক দিওঁ।​—যোহন ১৫:১৯; ১৭:​১৫, ১৬.

  • আমাৰ সকলোবোৰ শিক্ষা বাইবেলৰ আধাৰত হয়। আমেৰিকাত থকা কোনো ধৰ্ম্মগুৰুৰ লিখনি নহয়।​—১ থিচলনীকীয়া ২:১৩.

  • আমি যীচু খ্ৰীষ্টক অনুকৰণ কৰোঁ, কোনো মানৱীয় নেতাক নহয়।​—মথি ২৩:​৮-১০.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক