ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ijwfq প্ৰৱন্ধ ২৬
  • যিহোৱাৰ সাক্ষীসকলে মিছনাৰী সেৱা কৰেনে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱাৰ সাক্ষীসকলে মিছনাৰী সেৱা কৰেনে?
  • যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে সঘনাই সোধা প্ৰশ্ন
  • মিল থকা বিষয়
  • অগ্ৰগামীসকলৰ বাবে স্কুল
    বৰ্তমান সময়ত কোনে যিহোৱাৰ ইচ্ছা পূৰ কৰিছে?
যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে সঘনাই সোধা প্ৰশ্ন
ijwfq প্ৰৱন্ধ ২৬

যিহোৱাৰ সাক্ষীসকলে মিছনাৰী সেৱা কৰেনে?

হয় কৰে। যিহোৱাৰ সাক্ষীসকলে যʼতেই বাস নকৰক কিয়, তেওঁলোকে মিছনাৰীসকলৰ দৰে ঘোষণা কৰাৰ বিষয়ে গভীৰ আগ্ৰহ দেখুৱায়। সেইবাবে, তেওঁলোকে নিজৰ বিশ্বাসৰ বিষয়ে আনক জনোৱাটো জীৱনৰ এক গুৰুত্বপূৰ্ণ ভাগ হৈ পৰে।​—মথি ২৮:​১৯, ২০.

ইয়াৰ উপৰিও, কিছুমান যিহোৱাৰ সাক্ষীয়ে নিজৰ দেশতে এনে ঠাইবোৰলৈ যায়, যʼত লোকসকলে বাইবেলৰপৰা শুভবাৰ্ত্তা শুনাৰ সুযোগ পোৱা নাই। কিছুমান সাক্ষীয়ে আন দেশলৈ গৈ নিজৰ সেৱা আগবঢ়ায়। যীচুৰ ভৱিষ্যতবাণী পূৰ্ণ কৰাত নিজৰ সহযোগিতা আগবঢ়োৱাৰ বাবে তেওঁলোক আনন্দিত। যীচুৱে এইদৰে কৈছিল: “পৃথিবীৰ সীমালৈকে তোমালোক মোৰ সাক্ষী হবা।”​—পাঁচনিৰ কৰ্ম্ম ১:৮.

১৯৪৩ চনত এক বিশেষ স্কুলৰ আৰম্ভ হয়। এই স্কুলৰ যোগেদি কিছুমান মিছনাৰীসকলক প্ৰক্ষিশন দিয়া হয়, যাতে তেওঁলোকে আন দেশলৈ গৈ ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে ঘোষণা কৰিব পাৰে। এই স্কুলৰ নাম হৈছে গিলিয়াড স্কুল আৰু বৰ্তমানলৈকে ইয়াত প্ৰায় ৮,০০০ যিহোৱাৰ সাক্ষীয়ে প্ৰক্ষিশন পাইছে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক