খ১২-খ
পৃথিৱীত যীচুৰ জীৱনৰ শেষ সপ্তাহ (ভাগ ২)
যিৰূচালেম আৰু তাৰ আশে-পাশে থকা এলেকা
মন্দিৰ
গেৎচিমানী বাগিচা (?)
ৰাজ্যপালৰ ভৱন
কায়াফাৰ ঘৰ (?)
হেৰোদ আন্তিপা থকা ভৱন (?)
বৈথেচদা পুখুৰী
চীলোহৰ পুখুৰী
মহা-সভাৰ ভৱন (?)
গলগথা (?)
হকলদামা (?)
এই দিনাখন কি হৈছিল: নিচান ১২ | নিচান ১৩ | নিচান ১৪ | নিচান ১৫ | নিচান ১৬
নিচান ১২
সূৰ্য অস্ত (যিহূদীসকলৰ দিন সূৰ্য অস্ত হোৱাৰ পাছত আৰম্ভ হৈছিল আৰু পাছদিনা সূৰ্য অস্ত হʼলে শেষ হৈছিল)
সূৰ্য উদয়
শিষ্যসকলৰ লগত অকলশৰীয়াকৈ সময় কটায়
যিহূদাই যীচুক বিশ্বাসঘাত কৰাৰ ব্যৱস্থা কৰি আহে
সূৰ্য অস্ত
নিচান ১৩
সূৰ্য অস্ত
সূৰ্য উদয়
পিতৰ আৰু যোহনে নিস্তাৰ-পৰ্বৰ প্ৰস্তুতি কৰে
যীচু আৰু আন পাঁচনিসকল আবেলি গৈ পায়
সূৰ্য অস্ত
নিচান ১৪
সূৰ্য অস্ত
পাঁচনিসকলৰ লগত নিস্তাৰ-পৰ্বৰ আহাৰ খায়
পাঁচনিসকলৰ ভৰি ধোৱে
যিহূদাক বাহিৰলৈ পঠাই দিয়ে
প্ৰভুৰ সন্ধিয়া ভোজৰ আৰম্ভণি কৰে
নিচান ১৫ (বিশ্ৰাম-বাৰ)
সূৰ্য অস্ত
নিচান ১৬
সূৰ্য উদয়
আকৌ জীয়াই উঠে
শিষ্যসকলক দেখা দিয়ে