ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • le পৃষ্ঠা ১১-১৩
  • দুষ্ট লোকক ঈশ্বৰে পুনৰ ধ্বংস কৰিব নে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • দুষ্ট লোকক ঈশ্বৰে পুনৰ ধ্বংস কৰিব নে?
  • পৃথিবীত অনন্ত কাল জীৱনৰ আনন্দ লওঁক
  • মিল থকা বিষয়
  • ঈশ্বৰক সন্তুষ্ট কৰিবলৈ আমি কি কৰা উচিত?
    ঈশ্বৰৰ বাক্য শুনক আৰু অনন্ত জীৱন জীয়াই থাকক
  • আপোনাক কি কৰা উচিত?
    পৃথিবীত অনন্ত কাল জীৱনৰ আনন্দ লওঁক
  • ভাগ ১৩
    ঈশ্বৰৰ বাক্য শুনক
  • এজন স্বৰ্গীয় ৰজাই পৃথিবীলৈ আশীৰ্ব্বাদ আনিছে
    পৃথিবীত অনন্ত কাল জীৱনৰ আনন্দ লওঁক
আৰু চাওক
পৃথিবীত অনন্ত কাল জীৱনৰ আনন্দ লওঁক
le পৃষ্ঠা ১১-১৩

দুষ্ট লোকক ঈশ্বৰে পুনৰ ধ্বংস কৰিব নে?

২২ আজিও মানুহ অতি দুষ্ট। তেনে ধৰনৰ বেয়া কাম বিলাক আজি পৃথিবীত হৈ আছে?

২৩ কোনো লোকে অন্য লোকক হত্যা কৰিছে। ঈশ্বৰে কৈছে তোমালোকে এনে কাম নকৰিবা।—যাত্ৰাপুস্তক ২০:১৩; ১ যোহন ৩:​১১, ১২

২৪ বহুতে চোৰ কৰে। ঈশ্বৰে কৈছে তোমালোকে চোৰ নকৰিবা।—যাত্ৰাপুস্তক ২০:১৫; ইফিচীয়া ৪:⁠২৮

২৫ বহুতে বহু বিবাহ কৰে। বহুতে দুজনী বা অধিক ভাৰ্য্যা পৃথকে পৃথক ঘৰত ৰাখে। আনকি বহুতে বিবাহ নকৰাকৈয়ে একেলগে থাকে এইবোৰ বাইবেলৰ শিক্ষাৰ বিপক্ষে।—মথি ১৯:৪-৬; ১ কৰিন্থীয়া ৭:১-৪; ১ তীমথিয় ৩:​১, ২

২৬ আপোনাৰ মনত আছে নে? ঈশ্বৰে আদমক কেৱল এগৰাকী ভাৰ্য্যা হে দিছিল?—আদিপুস্তক ২:​২২, ২৪

২৭ কোনোকোনোৱে মূৰ্ত্তি পুজা কৰে। ঈশ্বৰে কৈছে তোমালোকে উপাসনাৰ বাবে মূৰ্ত্তি বা প্ৰতিমা ব্যৱহাৰ নকৰিবা।—যাত্ৰাপুস্তক ২০:​৪, ৫; যিচয়া ৪৪:৯-১৭; ১ যোহন ৫:⁠২১

২৮ যিহোৱাই মন পৰিবৰ্তন নকৰা দুষ্টসকলক নাশ কৰিব।—গীতমালা ৩৭:​৯, ১০; লূক ১৩:৫; ১ কৰিন্থীয়া ৬:​৯, ১০

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক