ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • rq পাঠ ১ পৃষ্ঠা ৩
  • আপুনি কেনেকৈ বিচাৰি উলিয়াব ঈশ্বৰে কি বিচাৰে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি কেনেকৈ বিচাৰি উলিয়াব ঈশ্বৰে কি বিচাৰে?
  • ঈশ্বৰে আমাৰ পৰা কি বিচাৰে
  • মিল থকা বিষয়
  • বাইবেল—ঈশ্বৰৰ ফালৰপৰা এখন কিতাপ
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • ভাল খবৰ প্ৰকৃততে ঈশ্বৰৰপৰা নে?
    ঈশ্বৰৰপৰা এটা ভাল খবৰ!
  • বাইবেল ঈশ্বৰৰ ফালৰপৰা হয়
    বাইবেলে আমাক কি শিকায়?
  • এক সত্য শিক্ষা যি ঈশ্বৰক সন্তুষ্টি কৰে
    ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
আৰু চাওক
ঈশ্বৰে আমাৰ পৰা কি বিচাৰে
rq পাঠ ১ পৃষ্ঠা ৩

পাঠ ১

আপুনি কেনেকৈ বিচাৰি উলিয়াব ঈশ্বৰে কি বিচাৰে?

বাইবেলত কি আৱশ্যকীয় খবৰ অৰ্ন্তভুক্ত কৰা আছে? (১)

বাইবেলৰ লেখক কোন? (২)

আপুনি কিয় বাইবেল অধ্যয়ন কৰিব লাগে? (৩)

১. বাইবেলখন ঈশ্বৰৰ পৰা পোৱা এটা অমূল্য দান। এইটো এজন মৰমিয়াল পিতৃয়ে পুত্ৰ লৈ দিয়া এখন চিঠিৰ নিচিনা। ই আমাক ঈশ্বৰৰ সত্যতাৰ বিষয়ে কয়—যেনে তেওঁ কোন আৰু তেওঁৰ নিদ্ধাৰিত নিয়মবোৰ কি কি। ইয়াত বৰ্ণনা কৰা হৈছে কেনেকৈ সমস্যাৰ সন্মূখিন হব লাগে আৰু প্ৰকৃত আনন্দ বিচাৰি উলিয়াব পাৰি। একমাত্ৰ বাইবেলত কোৱা হৈছে যে ঈশ্বৰক সন্তোষ্ট কৰিবৰ কাৰণে আমি কি কৰা উচিত।—গীতমালা ১:১-৩; যিচয়া ৪৮:১৭, ১৮।

২. ১৫১৩  খ্ৰীষ্ট পূৰ্ব্বতে ৪০ জন বিভিন্ন মানুহৰ দ্বাৰা ১,৬০০ বছৰৰ সময় ধৰি বাইবেলখন লিখা আৰম্ভ কৰা হৈছিল। ইয়াক ৬৬ খন সৰু সৰু কিতাপৰ দ্বাৰা তৈয়াৰ কৰা হৈছে। যি বিলাকে বাইবেল লিখিছিল তেওঁলোক ঈশ্বৰৰ দ্বাৰা নিশ্বাসিত হৈছিল। তেওঁলোকে নিজৰ নহয় ঈশ্বৰৰ ভাবহে লিখিছিল। যিহেতু ঈশ্বৰ স্বৰ্গত আছে, গতিকে পৃথিবীৰ কোনো এজন মানুহে বাইবেলৰ লেখক হব নোৱাৰে।—২ তীমথিয় ৩:১৬, ১৭; ২পিতৰ ১:২০, ২১।

৩. ঈশ্বৰে নিশ্চিত আছিল যে বাইবেলখন শুদ্ধমতে নকল আৰু সংৰক্ষণ কৰি থোৱা হল। বাইবেল অন্য কিতাবতকৈও বেছি ছপোৱা হৈছে। আপোনাক বাইবেল অধ্যয়ন কৰা দেখি প্ৰত্যেকে সুখী নহব, কিন্তু সিহঁতক আপুনাৰ অধ্যয়ন বন্ধ কৰিবলৈ নিদিব। আপুনি ঈশ্বৰক জনাতো আৰু বাধা-বিঘিনি পোৱা স্বতেও ঈশ্বৰৰ ইচ্ছা পালন কৰাৰ ওপৰত আপোনাৰ অনন্ত কালৰ ভবিষ্য নিৰ্ভৰ কৰে।—মথি ৫:১০-১২; যোহন ১৭:৩।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক