ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • ll ভাগ ১১ পৃষ্ঠা ২৪-২৫
  • যিহোৱা ঈশ্বৰে আমাৰ কথা শুনেনে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • যিহোৱা ঈশ্বৰে আমাৰ কথা শুনেনে?
  • ঈশ্বৰৰ বাক্য শুনক আৰু অনন্ত জীৱন জীয়াই থাকক
  • মিল থকা বিষয়
  • প্ৰাৰ্থনাৰ দ্বাৰা ঈশ্বৰৰ কাষ চপা
    ঈশ্বৰে আমাৰ পৰা কি বিচাৰে
  • প্ৰাৰ্থনা—এটা ডাঙৰ সন্মান
    বাইবেলে আমাক কি শিকায়?
  • প্ৰাৰ্থনাই ঈশ্বৰৰ কাষ চাপিবলৈ আপোনাক সহায় কৰিব
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • প্ৰাৰ্থনা কেনেকৈ কৰা উচিত?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (জনধাৰণ)—২০২১
আৰু চাওক
ঈশ্বৰৰ বাক্য শুনক আৰু অনন্ত জীৱন জীয়াই থাকক
ll ভাগ ১১ পৃষ্ঠা ২৪-২৫

ভাগ ১১

যিহোৱা ঈশ্বৰে আমাৰ কথা শুনেনে?

ঈশ্বৰে আমাৰ প্ৰাৰ্থনা শুনে। ১ পিতৰ ৩:১২

যিহোৱা ঈশ্বৰৰ স্বৰ্গীয় সিংহাসন

যিহোৱা হৈছে ‘প্ৰাৰ্থনা শুনোঁতা’ ঈশ্বৰ। (গীতমালা ৬৫:২) আমি তেওঁক হৃদয়ৰপৰা প্ৰাৰ্থনা কৰিব লাগে।

এজন ব্যক্তিয়ে পাৰ্থনা কৰিছ

কেৱল যিহোৱাক প্ৰাৰ্থনা কৰক।

  • প্ৰাৰ্থনা কেনেকৈ কৰিব লাগে, তাৰ বিষয়ে যীচুয়ে শিকাইছিল।—মথি ৬:৯-১৫.

  • ঈশ্বৰে কাৰ প্ৰাৰ্থনা শুনে? —গীতমালা ১৪৫:১৮, ১৯.

আমি বিভিন্ন বিষয়ৰ বাবে প্ৰাৰ্থনা কৰিব পাৰোঁ। ১ যোহন ৫:১৪

ঈশ্বৰৰ ৰাজ্যত যীচু আৰু ১,৪৪,০০০ জন

স্বৰ্গ আৰু পৃথিৱীত ঈশ্বৰৰ ইচ্ছা পূৰ হʼবলৈ আমি প্ৰাৰ্থনা কৰা উচিত।

উচিত কাম কৰিবলৈ যিহোৱাৰ সহায় বিচাৰক। খাদ্য, চাকৰি, ঘৰ, কাপোৰ-কানি, স্বাস্থ্য আদি বিষয়বোৰৰ বাবেও আপুনি প্ৰাৰ্থনা কৰিব পাৰে।

এজন সত্য খীষ্টানে নিজক আৰু নিজৰ পৰিয়ালক সহায় কৰিবলৈ আৰু যি উচিত তাকে কৰিবলৈ যিহোৱা ঈশ্বৰৰ ওপৰত ভৰসা কৰিছ

যীচুয়ে আপোনাৰ বাবে যি কৰিলে, তাৰ প্ৰতি কৃতজ্ঞতা দেখুৱাই তেওঁৰ নামত প্ৰাৰ্থনা কৰক।

  • উচিত কাম কৰা লোকসকলৰ প্ৰাৰ্থনা যিহোৱা ঈশ্বৰে শুনে।—হিতোপদেশ ১৫:২৯.

  • চিন্তা নকৰিব।—ফিলিপীয়া ৪:৬, ৭.

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক